মোৰ সপোনৰে কথা 

 মোৰ সপোনৰে কথা 

কোনে ক'লে তোক অ' সখী কাণে কাণে

সেয়েহে হাঁহিলি সখী আপোন মনে

মোৰ অন্তৰ বিকশজ

শুকুলা সুকোমল শতদল সৰোৰুহ

পলাসৰে বিনন্দ বিলাস

তাৰে অভ্ৰ উজলা [?]

তাতে তই নাচি লাসে বেগে

কুমকুম ৰঞ্জিত নূপুৰ শিঞ্জিত

চৰণে ছালি কত ছন্দ

বিয়পিছে তোৰ গানে-গানে?


Type by Dipawali Bora


Post Id:DABP002541