জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাত সাগৰৰ দেশ বিদেশৰ গীত | Jyotiprasad agarwalar saat sagar desh videshar geet
সাত সাগৰৰ দেশ বিদেশৰ
সাত সাগৰৰ দেশ বিদেশৰ
তেৰ নদীৰ পাৰে一
আমাৰ দেশৰ নানা বৰণৰ
নানান নিচান উৰে।
নানা খনিকৰে নানা কাৰিকৰে
যতনৰে যিখিনি কৰে
নোহোৱা নোপোৱা কত অমূল্য
বাহানি গঢ়িছে নৰে।
তাকে তোমালৈ মাত পাবলৈ
আনিছো সকলোটি
মাত অ' নিমাতী !
Type by Dipawali Bora
Post ID : DABP002550
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত