গছে গছে পাতি দিলে
গছে গছে পাতি দিলে
ফুলৰে শৰাই ৰাম ৰাম।।
কলিয়া ভোমোৰা গুঞ্জৰি আহে
গোন্ধকে ধিয়াই ৰাম ৰাম।
কোনে গোলাপী সখীক এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই
ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই।।
গছে গছে পাতি দিলে
ফুলৰে শৰাই ৰাম ৰাম।।
Post ID : DABP002510