অ' সখী আহিব পিয়া
ৰূপহী জোনৰে
কিৰণ জকেমকাই
বিৰিখৰ পাততে আহিব পিয়া
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
লাৱণী গালতে আহিব পিয়া
আমাৰে সখীয়ে
ইনাই বিনাই
বিৰহ বেদনাতে
মিলন বাসনাতে আহিব পিয়া
Type by Dipawali Bora
Post ID : DABP002500
No subjects found. Create Your Profile
অ' সখী আহিব পিয়া
ৰূপহী জোনৰে
কিৰণ জকেমকাই
বিৰিখৰ পাততে আহিব পিয়া
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
লাৱণী গালতে আহিব পিয়া
আমাৰে সখীয়ে
ইনাই বিনাই
বিৰহ বেদনাতে
মিলন বাসনাতে আহিব পিয়া
Type by Dipawali Bora
Post ID : DABP002500
আমাৰ Website থকা Profile Login কৰক
Login কৰিলে আপুনি পাব:
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links