জোনোৱালী নিশাৰ
জোনোৱালী নিশাৰ
ৰূপোৱালী পোহৰে
চকুৰ পাহিত
কাৰ ছবি আঁকি যায়।
জিকমিক জিকমিক
কাৰ সোণ পখিলাই
নাচি নাচি
আহি
ৰুণুকজুনুককৈ
নূপুৰ বজায়।
পাখি কৰে ৰুণ ৰুণ
গায় গায় গুণ গুণ
হাঁহি হাঁহি
দেখুৱাই
অঁকাবকা চকামকা
ৰঙা সপোন।
Type by Dipawali Bora
Post Id:DABP002526