যাউতিযুগীয়া ধনে মোৰ অ'


 যাউতিযুগীয়া ধনে মোৰ অ'

প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া

মনত সোঁৱৰণী সুৱদীয়া

বুকুত ভালে পোৱা অ প্ৰাণৰ ধনে

 যাউতিযুগীয়া ধনে মোৰ অ'।

স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া

কল্পনা পূৰাই দিলা মোক অ'

 যাউতিযুগীয়া ধনে মোৰ অ'।

বুজা নুবুজাৰে, হাঁহি কান্দোলৰে

জীৱনত পাতিলা মেলা মোৰ অ'

 যাউতিযুগীয়া ধনে মোৰ অ'।


Type by Dipawali Bora 



Post Id:DABP002544