বোঁৱা বোঁৱা দক্ষিণ মলয়া
বোঁৱা বোঁৱা দক্ষিণ মলয়া
তটিনী গোৱাঁ
সমীৰণে আহি পৰাণ জুৰালে আ-হা।।
কোন নন্দনত পাৰিজাত ফুলে
বিলাই সুৰভী বিয়াকুল কৰে
কোন তটিনী বয়, কুলু কুলু কুলু
কুলু কুলু কুলু
কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি, নিজৰি
কোন সুৰে গান গাই।
প্ৰাণ মটলীয়া কৰা আলসুৱা
ই কিনো মায়া, ই কিনো মায়া
Type by Dipawali Bora
Post Id:DABP002535