জননীৰ সন্তান জাগা 

জননীৰ সন্তান জাগা

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ।

মৃত্যু গচকি আনা জয় জিনি

কৰি দুৰ্জ্জয় অভিযান।

শক্তি গায়ত্ৰী মনত পেলোৱা

হবা দুৰ্নিবাদ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান

অ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজয়ে নৱজোৱান।


Type by Dipawali Bora