সপোন পাৰৰ মই সপোন কুঁৱৰী


 সপোন পাৰৰ

মই সপোন কুঁৱৰী

অমিয়া মাধুৰী মই আনো বিচাৰি।।

মই যে মায়াবিনী

মই যে কুহকিনী                            

হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি।।

সুখ দুখ, কত চাওঁ,

হাঁহো মৃদু মৃদু কৰি।। 


Type by Dipawali Bora 


Post Id:DABP002548