পাঠ-৪

সাধু শুনো আহাঁ

১) কনক আৰু সোণপাহিয়ে কি কৰি আছিল ? 

 উওৰ:- কনক আৰু সোণপাহিয়ে বৰশী বাই আছিল।

২) কনকৰ বৰশীত কেইটা মাছ উঠিল ?

উওৰ:- কনকৰ বৰশীত এটা মাছ উঠিল।

৩) 'এইটো আমাৰ হে পুখুৰী ' এই বাক্যশাৰী কোনো কাক কৈছিল ?

উওৰ:- এই বাক্যশাৰী সোনপাহিয়ে কনকক কৈছিল।

৪) তাৰ পিছত সোনপাহিয়ে কনকক কি কলে ?

উওৰ :- তাৰ পিছত সোনপাহিয়ে কলে যে 'কনক মাছটো মোক দিয়াঁ।'

5) 'কিয় দিম, মাছটো মইহে তুলিছোঁ । এই বাক্যশাৰী কোনে কাক কৈছিল ? 

উওৰ:- এই বাক্যশাৰী কনকে সোনপাহিক কৈছিল।