শিক্ষাৰ অৰ্থ আৰু ধাৰণা (Meaning and concept of Eduction) | Chapter 1 | TDC 1st Semester Principles of Education Book Chapter 1 Question and Answer Assamese Medium | B.A 1st Sem Principles of Education Book S olution |

 শিক্ষাৰ অৰ্থ আৰু ধাৰণা

Chapter 1


প্রশ্নাৱালী


(i) অতি চমু প্রশ্ন 

(Very Short Question)


১। শিক্ষা কি? 

What is Education?

Ans: Education শব্দটো 'E' আৰু 'Duco' দুটাৰ পৰা শিক্ষাৰ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দৰ Education - ৰ উৎপত্তি বুলি জনা যায় । 'E' শব্দৰ অৰ্থ হ'ল 'Out of' বা 'য'ৰপৰা আৰু 'Duco' শব্দৰ অৰ্থ হ'ল 'I lead' বা মই আগুৱাই যাওঁ। অৰ্থাৎ য'ৰপৰা মই আগুৱাই যাওঁ  বা বিকাশ লাভ কৰো।

২। শিক্ষাৰ সংজ্ঞা দিয়া।

 (Define education.)

Ans: (১)কৌটিল্যৰ মতে শিক্ষাৰ সংজ্ঞা , "শিক্ষা মানে হ'ল দেশৰ বাবে প্ৰশিক্ষণ আৰু ৰাষ্ট্ৰৰ বাবে ভাল পোৱা ভাৱ" (Education means training for the country and love for the nation)। 

(২) শংকৰাচাৰ্যৰ মতে শিক্ষাৰ সংজ্ঞা, " আত্ম-উপলব্ধি আৰু মোক্ষপ্ৰাপ্তিয়ে হ'ল শিক্ষা " (Education is the realisation of the self and attainment of Moksha)।

(৩) কন্নড মতে শিক্ষাৰ সংজ্ঞা, "শিক্ষা মানে আত্ম -সন্তুষ্টিৰ বিকাশ" (Education means development of self-contenment)।

৩। সংকীর্ণ অৰ্থৰ শিক্ষা মানে কি? 

What is narrow meaning of education?

Ans:

৪। ব্যাপক অৰ্থৰ শিক্ষা মানে কি?

What is wide meaning of education?

Ans:

৫। শিক্ষা এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া’—কথাষাৰ কোনে কৈছিল?

 'Education is bio-polar process'-Who said this?

Ans: 'শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া' কথাষাৰ ছাৰ জন আদামচে কৈছিল।

৬। আনুষ্ঠানিক শিক্ষা কাক বোলে? 

What is formal Education?

Ans:  এটা নিৰ্দিষ্ট আগত ৰাখি যেতিয়া শিক্ষাক সচেতন আৰু পৰিকল্পিতভাৱে প্ৰদান কৰা হ'ব, এই শিক্ষা আনুষ্ঠানিক শিক্ষা। যি শিক্ষা বিদ্যালয় মহাবিদ্যালয়ৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ তেনে শিক্ষাক আনুষ্ঠানিক শিক্ষা বোলে। এই শিক্ষাৰ নিৰ্দিষ্ট বসয়ৰ সীমা থাকে।  

৭। অনানুষ্ঠানিক শিক্ষা কি? 

What is informal education?

Ans: 

৮। অগতানুগতিক শিক্ষা কি?

What is non-formal education?

Ans:

 ৯। দ্বি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ দুটা কি কি?

What are the two poles of education in bio-polar process?

Ans:

১০। ত্রি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ কেইটা কি কি?

 What are the three poles of education in tri-polar process?

Ans:  

(ii) চমু প্রশ্ন (Short Question )

১। শিক্ষাৰ ব্যুৎপত্তিগত অর্থ লিখা।

Write the etymological meaning of education. 

Ans:

২। শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of narrow meaning of education.

Ans:

৩। ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of broad meaning of education. 

Ans:

৪। শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

Mention five characteristics of education. 

Ans:

৫। আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য পাঁচটা লিখা।

Write five main characteristics of formal education.

Ans: আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য পাঁচটা হ'ল-

(১) আনুষ্ঠানিক শিক্ষা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তন কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে আৰু পৰিকল্পিতভাৱে প্ৰদান কৰা হয়।

(২) আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য-উদ্দেশ্যবোৰ সুনিৰ্দিষ্ট আৰু অপৰিৱৰ্তনীয়। এইবোৰ সহজে সলনি কৰা নহয়।

(৩) এক নিৰ্দিষ্ট সময়ত এই শিক্ষা আৰম্ভ আৰু এক নিৰ্দিষ্ট সময়ত এই শিক্ষা শেষ হয়।

(৪) আনুষ্ঠানিক শিক্ষা প্ৰদানৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আছে। সেইবোৰ হ'ল- বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়।

(৫) আনুষ্ঠানিক শিক্ষা সামাজিকভাৱে স্বীকৃতি আৰু গ্ৰহণযোগ্য শিক্ষা। এই শিক্ষা ব্যৱস্থা বিশ্বজনীন। 

৬। অনানুষ্ঠানিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা । 

Write five characteristics of informal education.

Ans: অনানুষ্ঠানিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হ'ল-

(১) অনানুষ্ঠানিক শিক্ষাত কােনো পূৰ্ব নিৰ্ধাৰিত লক্ষ্য উদ্দেশ্য নাথাকে। এই শিক্ষা আকস্মিক, স্বতস্ফূত আৰু নীতি-নিয়ম বহিৰ্ভুত।

(২) সময় আৰু পৰিস্থিতি আনুসৰি অনানুষ্ঠানিক শিক্ষাৰ লাভৰ মাধ্যমবোৰ পৰিৱৰ্তিত হৈ থকা।

(৩) অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ নিৰ্দিষ্ট পাঠ্যক্ৰম, সময়সূচী আৰু অনুশাসনৰ ব্যৱস্থা নাথাকে। 

(৪) অনানুষ্ঠানিক শিক্ষা লাভৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাত থকাৰ দৰে কোনো শিক্ষকৰ ব্যৱস্থা নাথাকে।

(৫) এই শিক্ষাই ব্যক্তিৰ ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰি তোলে। 

৭। অগতানুগতিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।

Write five characteristics of non-formal education.

Ans: অগতানুগতিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হ'ল-

(১) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰবৰ্তন কৰা।

(২) অগতানুগতিক শিক্ষাৰ পৰিসৰ অতন্ত্য ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

(৩) অগতানুগতিক শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্ব দিয়া হয়।

(৪) এনে প্ৰকাৰৰ শিক্ষাত বয়সৰ কোনো বাধ্যবাধকতা নাথাকে।

(৫) স্থান, কাল আৰু ব্যয়ৰ মিতব্যয়িতা এনে শিক্ষাত স্পষ্টভাৱে অনুভূত হয়।

৮। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ লিখা। 

Write the differences between formal education and informal education.

Ans: আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ হ'ল-

আনুষ্ঠানিক শিক্ষা

আনানুষ্ঠানিক শিক্ষা

১। এই শিক্ষাৰ পৰিসৰ সামিত আৰু সংকীৰ্ণ

১। এই শিক্ষাৰ পৰিসৰ ব্যাপক।

 

২। এক নিৰ্দিষ্ট বয়সত এই শিক্ষা আৰম্ভ আৰু শেষ হয়।

২। এই শিক্ষাত বয়সৰ কোনো সীমা নাই ।

৩। জ্ঞান আৰু চাৰ্টিফিকেট লাভৰ বাবে এই শিক্ষাৰ নিৰ্দিষ্ট লক্ষ্য থাকে।

৩।এই শিক্ষাৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই।

৪। শিক্ষা প্ৰতিষ্ঠানত প্ৰদান কৰা হয়।

৪।শিক্ষাৰ বাবে কোনো নিৰ্দিষ্ট স্থান নাই।

৫। এই শিক্ষাত নীতি-নিয়ম অনুসৰণ কৰা হয়।  

৫। এই শিক্ষাত কোনো নীতি-নিয়ম নাই।

৯। অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ লিখা। 

Write the differences between informal and non-formal education.

Ans: অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ হ'ল-

অনানুষ্ঠানিক শিক্ষা

অগতানুগতিক শিক্ষা

১। এই শিক্ষাত কোনো লক্ষ্য নাথাকে।

১। এই শিক্ষাত প্ৰয়োজনভিত্তিক আৰু পৰিৱৰ্তনীয় আৰু পৰিৱৰ্তনীয় লক্ষ্য থাকে।

২। এই শিক্ষাত পাঠ্যক্ৰমৰ ব্যৱস্থা নাই।

২। এই শিক্ষাত বহুমুখী আৰু গতিশীল পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।

৩। এই শিক্ষা অভিজ্ঞতা আৰু পৰিস্থিতিকেন্দ্ৰিক।

৩। এই শিক্ষা শিক্ষাৰ্থীকেন্দ্ৰিক।

৪। এই শিক্ষা প্ৰাকৃতিক।

৪। এই শিক্ষা প্ৰাকৃতিক আৰু আনুষ্ঠানিক শিক্ষাৰ সমষ্টি।

৫। এই শিক্ষা জীৱনব্যাপী প্ৰক্ৰিয়া।

৫। এই শিক্ষা অবিৰত প্ৰক্ৰিয়া।

১০। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ লিখা। 

Write the differences between formal and non-formal education. 

Ans: আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ হ'ল-

আনুষ্ঠানিক শিক্ষা

অগতানুগতিক শিক্ষা

১। এই শিক্ষাৰ পৰিসৰ সীমিত আৰু সংকীৰ্ণ।

১।এই শিক্ষাৰ পৰিসৰ অসীমিত আৰু ব্যাপক।

২। এই শিক্ষাৰ বয়সৰ নিৰ্দিষ্ট সীমা আছে।

২।এই শিক্ষাৰ বয়সৰ কোনো সীমা নাই।

৩। এই শিক্ষাত শিক্ষকে এক প্ৰধান ভূমিকা গ্ৰহণ কৰে।

৩। এই শিক্ষাত শিক্ষকৰ ভূমিকা গৌণ।

৪। এই শিক্ষা অধিক খৰছী।

৪। এই শিক্ষা কম খৰছী।

৫। এই শিক্ষাত গমমাধ্যমৰ প্ৰয়োগ একেবাৰে কম।

৫। এই শিক্ষাত গণ মাধ্যমৰ প্ৰয়োগৰ সৰ্বাধিক।

৬। এই শিক্ষা অনুশাসনৰ ব্যৱস্থা আছে।

৬। এই শিক্ষাত অনুশাসন স্ব-আৰোপিত প্ৰকৃতিৰ।

১১। সমনীয়াৰ দলৰ শিক্ষামূলক কার্যবোৰ উল্লেখ কৰা।

Mention the educational functions of peer group.

Ans: সমনীয়াৰ দলৰ শিক্ষামূলক কাৰ্যবোৰ তলত উল্লেখ কৰা হ'ল- 

(১) 

১২। অগতানুগতিক শিক্ষাৰ যিকোনো এটা মাধ্যম বৰ্ণনা কৰা। 

Explain any one agency of non-formal education.

Ans: অগতানুগতিক শিক্ষাৰ যিকোনো এটা মাধ্যম তলত বৰ্ণনা কৰা হ'ল-

(iii) দীঘল প্রশ্ন (Long Question)

১। শিক্ষাৰ সংজ্ঞা দিয়া আৰু পৰিসৰ বৰ্ণনা কৰা। 

Define education and explain its scope.

Ans:

২। শিক্ষাৰ ব্যাপক অর্থ বৰ্ণনা কৰা। শিক্ষাৰ প্ৰকৃতি বহলাই আলোচনা কৰা।

 Explain broad meaning of education. Discuss elaborately about the nature of education.

Ans:

৩। বিদ্যালয়ৰ কাৰ্যৱলী বর্ণনা কৰা। 

Explain the functions of school.

Ans:

৪। অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম স্বৰূপে পৰিয়ালৰ ভূমিকা আলোচনা কৰা। 

Discuss the role of family as an agency of informal education.

Ans:

৫। শিক্ষাৰ যিকোনো এটা গ্রহণযোগ্য সংজ্ঞা বৰ্ণনা কৰা।

Explain any one acceptiable definition of education.

Ans:

৬। অগতানুগতিক শিক্ষাৰ মাধ্যম স্বৰূপে দূৰত্ব শিক্ষা আৰু মুক্ত শিক্ষাৰ বিষয়ে আলোচনা কৰা।

 Discuss about the distance education and open education as agency of non-form education.

Ans:

৭। শিক্ষাৰ ব্যক্তিগত বিকাশ সাধনৰ কাৰ্যাৱলীবোৰ বহলাই লিখা। 

Write elaborately the functions of individual development of education.

Ans:

৮। আত্মোপলব্ধি আৰু সফল জীৱন আহৰণৰ বাবে কৌশলৰ লগত জড়িত শিক্ষাৰ কার্যবোৰ লিখা।

Write the functions of education related with acquisition of skills leading to self actualisation and successful living.

Ans:

৯। শিক্ষাৰ মানৱীয় মূল্যবোধ বিকাশৰ কাৰ্যবোৰ বৰ্ণনা কৰা। 

Explain the function of development of human values in education.

Ans:

১০। সামাজিক পৰম্পৰা আৰু সামাজিক প্ৰগতিৰ লগত জড়িত শিক্ষাৰ কাৰ্যবোৰ কি কি?

 What are the functions of education related with social cohesion and social progress.

Ans:


Question and Answer Type : Himashree Bora. 



Post Id: DABP003223