জিগিজা গিজাও


গাভৰুঃ জিগিজা গিজাও অ' গিজাও

জিগিজা গিজাও অ' গিজাও

জেগিজা গিজাও অ' গিজাও

চোট ঘৰেৰে বহু বেটী, পিঠে গঢ়ে চুল গ'।

যৌৱনেৰ আঙ্গিনাই উড়ো গেন্দা ফুল গ'।

গাভৰুঃ গাছেৰ মাজে তুলসী, পাতেৰ মাজে পাণ

 আৰে নাৰীৰ মাজে চামেলী পুৰুষ সাৱধান।

আৰে নাৰীৰ মাজে চামেলী পুৰুষ সাৱধান।

দেখ গৌৰী গৌৰী, খোপা বান্ধে খাসেকাৰি

হাতে শাঁখা চুড়ি ললকাৰি

ৰাজহংসী চালে চলে গৌৰী।

গাভৰু ঃ কোৰাছ ঃ শিশিৰে কি ফুটে ফুল

বিনা বাৰিষণে

বচন কি মজে মন

বিনা দলিৰশনে।

ডেকাঃ লাল, লাল শালুকেৰ ফুল

আ'ৰে ৰাত্ৰি ফূটে লাল গ'

ক'ন ফুলটো কত মধুৰ

গণিতে না-পাৰি গ'।

পাকিল, ফুটিল ডাৰিম

আৰে পাকিল, ফুটিম ডাৰিম

লকে তাৰে খয়ৰে

চাল্লা, এদেশে পণ্ডি নাই

পিয়াকে বুঋয়ৰে।।

ডেকা ঃ ৰাতেৰ কদম ঋলকে

আৰে জীয়া মোৰ ল'লকে।।

তৰ যৌৱন কলসীত পানী চলকে

আৰে জীয়া মোৰ ললকে।।

Type Susmita Kakati


Post Id: DABP003071