1 Month Online BCC Course
BCC Course (Basic Computer Course)
Exam Board DA-Institute.com
Duration 1 Month Only
Admission Fees 199/- Only
Class: No
Exam: MCQs Base
Syllabus: Total Exam 20
Module: 4 টা
Test Exam: 16 টা
Final exam: 4 টা
Course Exam Design
Certificate of Government Registration Computer Institute.
এই Exam টো Pass কৰিবলৈ নিয়ম সমূহ হৈছে যে—
Exam টো দিয়া আৰম্ভণিতে শুদ্ধকৈ User ID আৰু Password দিব লাগিব।
এটা Module ৰ 4 টা Test Exam আৰু এটা Final Exam হয়, Test Exam সমূহৰ প্ৰটিটোৰে 25 টাকৈ Question থাকে আৰু প্ৰটিটোৰে 1 নম্বৰ কৈ থাকে। এনেকৈ মুঠ 4 ‘টা Module থাকে।
Test Exam সমূহ পাছ কৰিবলৈ 25 ভিতৰত 25 পাব লাগিব আৰু 25 ভিতৰত 25 নোপোৱালৈকে বাৰে বাৰে এটা Exam দি থাকিব লাগিব। আৰু Final Exam সমূহ কেৱল এবাৰ হে দিয়া সুবিধা থাকিব।
এনেকৈয়ে বাকী কেইটা Module সম্পূৰ্ণ কৰিব লাগিব।
সম্পূৰ্ণ হোৱা পাছত Final Exam ৰ ওপৰত ভিত্তি কৰি Grade দিয়া হ’ব।
গোটেই কেইটা Exam সম্পূৰ্ণ কৰা দুদিনৰ ভিতৰত Certificate Download কৰি ল’ব পাৰিব।