ছাত্ৰৰ কৰ্তব্য় আৰু শিক্ষা 

গোট ২ অধ্য়য়ন-২

১।  কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ইংৰাজী কিমান চনত হৈছিল ?

উত্তৰঃ কৃষ্ণকান্ত  সন্দিকৈ দেৱৰ ইংৰাজী ১৮৯৮ চনত হৈছিল ।

২। কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ১৮৯৮ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ যোৰহাটত ।

৩। আমদানি শব্দৰ অৰ্থ কি ?

উত্তৰঃ আন দেশৰ পৰা বস্তু অনা কাৰ্য ।

৪।  কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত অসম সাহিত্য় সভাৰ সভাপতি হয় ?

উত্তৰঃ ১৯৩৭ চনত ।

৫। প্ৰতিঘাত শব্দৰ অৰ্থ কি ?

উত্তৰঃ আঘাত পাই দিয়া আঘাত ।

৬। কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯৭৮ চনত অসম সাহিত্য় সভাত কি সন্মান গ্ৰহণ কৰে ?

উত্তৰঃ সদস্য় মহীয়ান সন্মাম গ্ৰহণ কৰে ।

৭। হেন্দোলনি শব্দৰ অৰ্থ কি ?

উত্তৰঃ হেন্দোলনি শব্দৰ অৰ্থ হ'ল দোলন, ওলমি লৰি থকা ।

৮।  কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উঠে ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত উঠে ।

৯। অভ্য়ুদয় শব্দৰ অৰ্থ কি ?

উত্তৰঃ  অভ্য়ুদয় শব্দৰ অৰ্থ হ'ল উদয়, দেখা দিয়া ।

 ১০।  কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৫ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা কি পৰীক্ষাৰ উত্তীৰ্ণ হয় ?

উত্তৰঃ আই এ পৰীক্ষাত উত্তীৰ্ণ হয় ।

১১। আহুকলীয়া শব্দৰ অৰ্থ কি ?

উত্তৰঃ  আহুকলীয়া শব্দৰ অৰ্থ  হ'ল আপদসংকুল, আমনিদায়ক ।

১২।  কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত  কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সন্মানসহ বি এ পৰীক্ষাত কৃতকাৰ্যৰ লাভ কৰে ?

উত্তৰঃ ১৯১৭ চনত ।

১৩। নিৰ্জু  শব্দৰ অৰ্থ কি ?

উত্তৰঃ নিৰ্জু শব্দৰ  অৰ্থ হ'ল শান্ত ।

১৪।  কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৯ চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা সংস্কৃত বৈদিক শাখাৰ এম এ পৰীক্ষাত প্ৰথম শ্ৰেণী লৈ কলৈ যাত্ৰা কৰে ?

উত্তৰঃ বিলাতলৈ যাত্ৰা কৰে ।

১৫। মুচলিনীৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ মুচলিনীৰ সম্পূৰ্ণ নাম হ'ল  চিনৰ বেনিটো মুচলিনী । 

 ১৬।  চিনৰ বেনিটো মুচলিনীৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ  চিনৰ বেনিটো মুচলিনী জন্ম ভেৰিয়াৰ প্ৰিদাপ্নিও গাঁৱত জন্ম হৈছিল ।

১৭। ইংলেণ্ডৰ ৰাণী জনীৰ নাম কি ?

উত্তৰঃ ইংলেণ্ডৰ ৰাণী জনীৰ নাম হ'ল ৰাণী এলিজাবেথ ।

১৮। বৰ্তমান পাকিস্তানত অন্তৰ্গত এখনি প্ৰাচীন নগৰী খনৰ নাম কি ?

উত্তৰঃ বৰ্তমান পাকিস্তানত অন্তৰ্গত এখনি প্ৰাচীন নগৰী খনৰ নাম হ'ল তক্ষশিলা ।

১৯। নালন্দা বৰ্তমান কি নামে পৰিচিত ?

উত্তৰঃ নালন্দা বৰ্তমান বড়গাঁও নামে পৰিচিত ।

২০। কাৰ আক্ৰমণত ঐতিহ্য়ময় নালন্দা ধ্বংসস্তূপত পৰিণত হয় ?

উত্তৰঃ তুৰ্কীৰ আক্ৰমণত ।


Type By Chandana Bora