উৎপাদক আৰু গুণিতক 

অনুশীলনী ৪(ক) 
 পাঠঃ- ৪ 
(১) তলৰ প্ৰতিটো সংখ্যাৰ উপাদকবোৰ উলিওৱা। 
        (ক) ৬ 
উত্তৰঃ- ৬ = ১ ✖ ৬ 
            ৬ = ৩ ✖ ২ 
∴ ৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬ 

        (খ) ৮ 
উত্তৰঃ- ৮ = ১ ✖ ৮ 
            ৮ = ২ ✖ ৪ 
∴ ৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮ 

        (গ) ১০ 
উত্তৰঃ- ১০ = ১ ✖ ১০ 
            ১০ = ২ ✖ ৫ 
∴ ১০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৫, ১০ 

        (ঘ) ১৬ 
উত্তৰঃ- ১৬ = ১ ✖ ১৬ 
            ১৬ = ২ ✖ ৮ 
            ১৬ = ৪ ✖ ৪ 
∴ ১৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৪, ৮, ১৬ 

        (ঙ) ২০ 
উত্তৰঃ- ২০ = ১ ✖ ২০ 
            ২০ = ২ ✖ ১০ 
            ২০ = ৪ ✖ ৫ 
∴ ২০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ১০, ২০ 

        (চ) ২৮ 
উত্তৰঃ- ২৮ = ১ ✖ ২৮ 
            ২৮ = ২ ✖ ১৪ 
            ২৮ = ৪ ✖ ৭ 
∴ ২৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮ 

        (ছ) ৩০ 
উত্তৰঃ- ৩০ = ১ ✖ ৩০ 
            ৩০ = ২ ✖ ১৫ 
            ৩০ = ৩ ✖ ১০ 
            ৩০ = ৫ ✖ ৬ 
∴ ৩০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০ 

        (জ) ৩২ 
উত্তৰঃ- ৩২ = ১ ✖ ৩২ 
            ৩২ = ২ ✖ ১৬ 
            ৩২ = ৪ ✖ ৮ 
∴ ৩২ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮, ১৬, ৩২ 

        (ঝ) ৬০ 
উত্তৰঃ- ৬০ = ১ ✖ ৬০ 
            ৬০ = ২ ✖ ৩০ 
            ৬০ = ৩ ✖ ২০ 
∴ ৬০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ২০, ৩০, ৬০ 

        (ঞ) ৭০ 
উত্তৰঃ- ৭০ = ১ ✖ ৭০ 
            ৭০ = ২ ✖ ৩৫ 
            ৭০ = ৫ ✖ ১৪
            ৭০ = ৭ ✖ ১০ 
∴ ৭০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৫, ৭, ১০, ১৪, ৩৫, ৭০ 

        (ট) ৭৩ 
উত্তৰঃ- ৭৩ = ১ ✖ ৭৩ 
∴ ৭৩ ৰ উৎপাদকবোৰ হ'ল = ১, ৭৩ 

        (ঠ) ৮০ 
উত্তৰঃ- ৮০ = ১ ✖ ৮০ 
            ৮০ = ২ ✖ ৪০ 
            ৮০ = ৪ ✖ ২০ 
            ৮০ = ৫ ✖ ১৬ 
            ৮০ = ৮ ✖ ১০ 
∴ ৮০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ৮, ১০, ১৬, ২০, ৪০, ৮০ 

        (ড) ৯১ 
উত্তৰঃ- ৯১ = ১ ✖ ৯১ 
            ৯১ = ৭ ✖ ১৩ 
∴ ৯১ ৰ উৎপাদকবোৰ হ'ল = ১, ৭, ১৩, ৯১ 

        (ঢ) ৭৫ 
উত্তৰঃ- ৭৫ = ১ ✖ ৭৫ 
            ৭৫ = ৩ ✖ ২৫ 
            ৭৫ = ৫ ✖ ১৫ 
∴ ৭৫ ৰ উৎপাদকবোৰ হ'ল = ১, ৩, ৫, ১৫, ২৫, ৭৫ 

        (ণ) ৩৭ 
উত্তৰঃ- ৩৭ = ১ ✖ ৩৭ 
∴ ৩৭ ৰ উৎপাদকবোৰ হ'ল = ১, ৩৭ 

(২) তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা। 
        (ক) ৪৮ 
উত্তৰঃ- 



(খ) ৬৪ 
উত্তৰঃ- 



(গ) ৫৪ 
উত্তৰঃ- 















(ঘ) ১০০ 
উত্তৰঃ- 












(৩) (ক) ৩ সংখ্যাটো ৬৫ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। 
উত্তৰঃ- ৬৫ ÷ ৩ = ২১ বাকী ৰ'ল ২ 
            ৬৫ ক ৩ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব নোৱাৰি। 
            ∴ ৩ সংখ্যাটো ৬৫ ৰ উৎপাদক নহয়। 

(খ) ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। 
উত্তৰঃ- ৪৪৮ ÷ ৭ = ৬৪ 
            ৪৪৮ ক ৭ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি। 
            ∴ ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয়। 

(গ) ৭৫২ ৰ এটা উৎপাদক ১৬ হয় নে নহয় পৰীক্ষা কৰা। 
উত্তৰঃ- ৭৫২ ÷ ১৬ = ৪৭ 
            ৭৫২ ক ১৬ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি। 
            ∴ ৭৫২ ৰ এটা উৎপাদক ১৬ হয়। 

(৪) সাধাৰণ উৎপাদক উলিওৱা। 
(ক) ২৭, ৩০ 
উত্তৰঃ- ২৭ = ১ ✖ ২৭ 
            ২৭ = ৩ ✖ ৯ 
∴ ২৭ ৰ উৎপাদকবোৰ হ'ল- ১, ৩, ৯, ২৭ 
আকৌ, 
            ৩০ = ১ ✖ ৩০ 
            ৩০ = ২ ✖ ১৫ 
            ৩০ = ৩ ✖ ১০ 
            ৩০ = ৫ ✖ ৬ 
∴ ৩০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০ 
∴ ২৭ আৰু ৩০ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ৩ 

(খ) ৫৪, ৭২ 
উত্তৰঃ- ৫৪ = ১ ✖ ৫৪ 
            ৫৪ = ২ ✖ ২৭ 
            ৫৪ = ৩ ✖ ১৮
            ৫৪ = ৬ ✖ ৯ 
∴ ৫৪ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬, ৯, ১৮, ২৭, ৫৪ 
আকৌ, 
            ৭২ = ১ ✖ ৭২ 
            ৭২ = ২ ✖ ৩৬ 
            ৭২ = ৩ ✖ ২৪ 
            ৭২ = ৪ ✖ ১৮ 
            ৭২ = ৬ ✖ ১২ 
            ৭২ = ৮ ✖ ৯ 
∴ ৭২ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৪, ৬, ৮, ৯, ১২, ১৮, ২৪, ৩৬, ৭২ 
∴ ৫৪ আৰু ৭২ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬, ৯, ১৮ 

(গ) ২৮, ৫৬ 
উত্তৰঃ- ২৮ = ১ ✖ ২৮ 
            ২৮ = ২ ✖ ১৪ 
            ২৮ = ৪ ✖ ৭ 
∴ ২৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮ 
আকৌ, 
            ৫৬ = ১ ✖ ৫৬ 
            ৫৬ = ২ ✖ ২৮ 
          ৫৬ = ৪ ✖ ১৪ 
          ৫৬ = ৭ ✖ ৮ 
∴ ৫৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ৮, ১৪, ২৮, ৫৬ 
∴ ২৮ আৰু ৫৬ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮ 

(ঘ) ৪০, ৬৪ 
উত্তৰঃ- ৪০ = ১ ✖ ৪০ 
            ৪০ = ২ ✖ ২০ 
            ৪০ = ৪ ✖ ১০ 
            ৪০ = ৫ ✖ ৮ 
∴ ৪০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ৮, ১০, ২০, ৪০ 
আকৌ, 
            ৬৪ = ১ ✖ ৬৪ 
            ৬৪ = ২ ✖ ৩২ 
            ৬৪ = ৪ ✖ ১৬ 
            ৬৪ = ৮ ✖ ৮ 
∴ ৬৪ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮, ১৬, ৩২, ৬৪ 
∴ ৪০ আৰু ৬৪ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮ 

(৫) খালী ঠাই পূৰ কৰা। 
উত্তৰঃ- 
(ক) ১৮ ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো ১৮ 
(খ) ৫ ৰ  টা উৎপাদক আছে। 
(গ) ৪০ ৰ আটাইতকৈ সৰু উৎপাদকটো ১ । 
(ঘ) ২৫ ৰ উৎপাদকৰ সংখ্যা ৩ টা। 

(৬) সত্য নে অসত্য লিখা। 
(ক) ১ সকলো সংখ্যাৰে উৎপাদক। 
উত্তৰঃ- সত্য। 

(খ) এটা সংখ্যাৰ অসংখ্য উপাদক থাকে। 
উত্তৰঃ- অসত্য। 

(গ) ৩, ২৭ ৰ উৎপাদক। 
উত্তৰঃ- সত্য। 

(ঘ) ৪, ৩৫ ৰ উৎপাদক নহয়। 
উত্তৰঃ- সত্য। 

(ঙ) ২ সংখ্যাটো যিকোনো সংখ্যাৰেই উৎপাদক। 
উত্তৰঃ- অসত্য। 


Question Answer By- Madhushmita Hazarika. 
 





Post ID: DABP004362