উৎপাদক আৰু গুণিতক
অনুশীলনী ৪(ক)
পাঠঃ- ৪
(১) তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা।
(ক) ৬
উত্তৰঃ- ৬ = ১ ✖ ৬
৬ = ৩ ✖ ২
∴ ৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬
(খ) ৮
উত্তৰঃ- ৮ = ১ ✖ ৮
৮ = ২ ✖ ৪
∴ ৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮
(গ) ১০
উত্তৰঃ- ১০ = ১ ✖ ১০
১০ = ২ ✖ ৫
∴ ১০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৫, ১০
(ঘ) ১৬
উত্তৰঃ- ১৬ = ১ ✖ ১৬
১৬ = ২ ✖ ৮
১৬ = ৪ ✖ ৪
∴ ১৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৪, ৮, ১৬
(ঙ) ২০
উত্তৰঃ- ২০ = ১ ✖ ২০
২০ = ২ ✖ ১০
২০ = ৪ ✖ ৫
∴ ২০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ১০, ২০
(চ) ২৮
উত্তৰঃ- ২৮ = ১ ✖ ২৮
২৮ = ২ ✖ ১৪
২৮ = ৪ ✖ ৭
∴ ২৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮
(ছ) ৩০
উত্তৰঃ- ৩০ = ১ ✖ ৩০
৩০ = ২ ✖ ১৫
৩০ = ৩ ✖ ১০
৩০ = ৫ ✖ ৬
∴ ৩০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০
(জ) ৩২
উত্তৰঃ- ৩২ = ১ ✖ ৩২
৩২ = ২ ✖ ১৬
৩২ = ৪ ✖ ৮
∴ ৩২ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮, ১৬, ৩২
(ঝ) ৬০
উত্তৰঃ- ৬০ = ১ ✖ ৬০
৬০ = ২ ✖ ৩০
৬০ = ৩ ✖ ২০
∴ ৬০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ২০, ৩০, ৬০
(ঞ) ৭০
উত্তৰঃ- ৭০ = ১ ✖ ৭০
৭০ = ২ ✖ ৩৫
৭০ = ৫ ✖ ১৪
৭০ = ৭ ✖ ১০
∴ ৭০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৫, ৭, ১০, ১৪, ৩৫, ৭০
(ট) ৭৩
উত্তৰঃ- ৭৩ = ১ ✖ ৭৩
∴ ৭৩ ৰ উৎপাদকবোৰ হ'ল = ১, ৭৩
(ঠ) ৮০
উত্তৰঃ- ৮০ = ১ ✖ ৮০
৮০ = ২ ✖ ৪০
৮০ = ৪ ✖ ২০
৮০ = ৫ ✖ ১৬
৮০ = ৮ ✖ ১০
∴ ৮০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ৮, ১০, ১৬, ২০, ৪০, ৮০
(ড) ৯১
উত্তৰঃ- ৯১ = ১ ✖ ৯১
৯১ = ৭ ✖ ১৩
∴ ৯১ ৰ উৎপাদকবোৰ হ'ল = ১, ৭, ১৩, ৯১
(ঢ) ৭৫
উত্তৰঃ- ৭৫ = ১ ✖ ৭৫
৭৫ = ৩ ✖ ২৫
৭৫ = ৫ ✖ ১৫
∴ ৭৫ ৰ উৎপাদকবোৰ হ'ল = ১, ৩, ৫, ১৫, ২৫, ৭৫
(ণ) ৩৭
উত্তৰঃ- ৩৭ = ১ ✖ ৩৭
∴ ৩৭ ৰ উৎপাদকবোৰ হ'ল = ১, ৩৭
(২) তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা।
(ক) ৪৮
(ঘ) ১০০
(৩) (ক) ৩ সংখ্যাটো ৬৫ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৬৫ ÷ ৩ = ২১ বাকী ৰ'ল ২
৬৫ ক ৩ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব নোৱাৰি।
∴ ৩ সংখ্যাটো ৬৫ ৰ উৎপাদক নহয়।
(খ) ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৪৪৮ ÷ ৭ = ৬৪
৪৪৮ ক ৭ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি।
∴ ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয়।
(গ) ৭৫২ ৰ এটা উৎপাদক ১৬ হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৭৫২ ÷ ১৬ = ৪৭
৭৫২ ক ১৬ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি।
∴ ৭৫২ ৰ এটা উৎপাদক ১৬ হয়।
(৪) সাধাৰণ উৎপাদক উলিওৱা।
(ক) ২৭, ৩০
উত্তৰঃ- ২৭ = ১ ✖ ২৭
২৭ = ৩ ✖ ৯
∴ ২৭ ৰ উৎপাদকবোৰ হ'ল- ১, ৩, ৯, ২৭
আকৌ,
৩০ = ১ ✖ ৩০
৩০ = ২ ✖ ১৫
৩০ = ৩ ✖ ১০
৩০ = ৫ ✖ ৬
∴ ৩০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০
∴ ২৭ আৰু ৩০ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ৩
(খ) ৫৪, ৭২
উত্তৰঃ- ৫৪ = ১ ✖ ৫৪
৫৪ = ২ ✖ ২৭
৫৪ = ৩ ✖ ১৮
৫৪ = ৬ ✖ ৯
∴ ৫৪ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬, ৯, ১৮, ২৭, ৫৪
আকৌ,
৭২ = ১ ✖ ৭২
৭২ = ২ ✖ ৩৬
৭২ = ৩ ✖ ২৪
৭২ = ৪ ✖ ১৮
৭২ = ৬ ✖ ১২
৭২ = ৮ ✖ ৯
∴ ৭২ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৪, ৬, ৮, ৯, ১২, ১৮, ২৪, ৩৬, ৭২
∴ ৫৪ আৰু ৭২ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৩, ৬, ৯, ১৮
(গ) ২৮, ৫৬
উত্তৰঃ- ২৮ = ১ ✖ ২৮
২৮ = ২ ✖ ১৪
২৮ = ৪ ✖ ৭
∴ ২৮ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮
আকৌ,
৫৬ = ১ ✖ ৫৬
৫৬ = ২ ✖ ২৮
৫৬ = ৪ ✖ ১৪
৫৬ = ৭ ✖ ৮
∴ ৫৬ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ৮, ১৪, ২৮, ৫৬
∴ ২৮ আৰু ৫৬ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৭, ১৪, ২৮
(ঘ) ৪০, ৬৪
উত্তৰঃ- ৪০ = ১ ✖ ৪০
৪০ = ২ ✖ ২০
৪০ = ৪ ✖ ১০
৪০ = ৫ ✖ ৮
∴ ৪০ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৫, ৮, ১০, ২০, ৪০
আকৌ,
৬৪ = ১ ✖ ৬৪
৬৪ = ২ ✖ ৩২
৬৪ = ৪ ✖ ১৬
৬৪ = ৮ ✖ ৮
∴ ৬৪ ৰ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮, ১৬, ৩২, ৬৪
∴ ৪০ আৰু ৬৪ ৰ সাধাৰণ উৎপাদকবোৰ হ'ল = ১, ২, ৪, ৮
(৫) খালী ঠাই পূৰ কৰা।
উত্তৰঃ-
(ক) ১৮ ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো ১৮ ।
(খ) ৫ ৰ ২ টা উৎপাদক আছে।
(গ) ৪০ ৰ আটাইতকৈ সৰু উৎপাদকটো ১ ।
(ঘ) ২৫ ৰ উৎপাদকৰ সংখ্যা ৩ টা।
(৬) সত্য নে অসত্য লিখা।
(ক) ১ সকলো সংখ্যাৰে উৎপাদক।
উত্তৰঃ- সত্য।
(খ) এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে।
উত্তৰঃ- অসত্য।
(গ) ৩, ২৭ ৰ উৎপাদক।
উত্তৰঃ- সত্য।
(ঘ) ৪, ৩৫ ৰ উৎপাদক নহয়।
উত্তৰঃ- সত্য।
(ঙ) ২ সংখ্যাটো যিকোনো সংখ্যাৰেই উৎপাদক।
উত্তৰঃ- অসত্য।
Question Answer By- Madhushmita Hazarika.
Post ID: DABP004362
0 Comments