পিঠাৰ মেল

অধ্য়ায়  ৪

১/ পাচিত বহি কোনে কথা পাতি আছিল ?

উত্তৰঃ পিঠাবোৰে ।


২/ চুঙা পিঠাই কাক ঘপৰাই মাতিলে ? 

উত্তৰঃ চুঙা পিঠাই খোলাচাপৰীয়া বাইকক মাতিলে ।


৩/ ঘিণাৰ চকুৰে কাক চাই ? 

উত্তৰঃ লাৰু আৰু পিঠাবোৰক চাই ।


 ৪/ এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান  বুলি কোনে কৈছিল ? 

উত্তৰঃ পিঠাবোৰে কৈছিল । 


৫/ এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কোনে মাত দিলে ?

উত্তৰঃ সুতুলীয়ে মাত দিলে । 


৬/ ফেন উলিয়াই কোনে উত্তৰ দিলে ? 

উত্তৰঃ ফেনি পিঠায় ।


৭/ মিছা কোৱা নাই বুলি কোনে কৈছিল ? 

উত্তৰঃ আমাৰ চুঙা বোপায়ে কৈছিল । 

 

৮/ আজিকালি আৰু কোনে চিনি নাপায় ? 

উত্তৰঃ অকমানিয়ে চিনি নাপায় । 


৯/ কি কি পিঠাই 'পিঠাৰ মেল' ত ভাগ লৈছিল ? 

উত্তৰঃ চুঙা পিঠা, খোলাচাপৰী পিঠা, ফেনি পিঠা, আদিয়ে ভাগ লৈছিল । 


১০/ পিঠাৰ মেল কবিতা কবি কোন ? 

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকা ।


Type by- Bikul Mandal 


 



Post ID: DABP005153