ফুলকোঁৱৰৰ গীত

অধ্য়ায় ৭ 

১/ ছমাহৰ বাটকে কেই দিনত গৈছিল ? 

উত্তৰঃ এদিনত গৈছিল । 


২/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে কিহেৰে মাৰিলে টিপা ? 

উত্তৰঃ ভৰিৰে মাৰিলে টিপা । 


৩/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকাঁৱৰে মুখেৰে কি বজালে ? 

উত্তৰঃ মুখেৰে বজালে শঁখা ।


৪/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁলৰে কালৈ মাৰিলে চলি ? 

উত্তৰঃ সৱালৈ মাৰিলে চলি । 


৫/ বাটৰ বাটৰুৱাই কিয় কৰে হৰি হৰি ? 

উত্তৰঃ ফুলৰে তিৰবিৰ দেখি । 


৬/ ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা কি হ'ল ? 

উত্তৰঃ ভাল হ'ল । 


৭/ বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি কি হ'ল ? 

উত্তৰঃ তমস্কাৰ হ'ল ।


৮/ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ? 

উত্তৰঃ কাঠৰ আছিল । 


৯/ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল ? 

উত্তৰঃ মালিনীৰ বাৰীতে পৰিল । 


১০/  কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে সৱালৈ কি মাৰিলে ? 

উত্তৰঃ সৱালৈ মাৰিলে শূল । 


Type by- Bikul Mandal 



Post ID: DABP005414