ভাৰতৰ জলবায়ু

অধ্যায় ৯

১। ভাৰতবৰ্ষ এখন কি দেশ?

উত্তৰঃ বিশাল দেশ।


২। ভাৰতৰ দক্ষিণ পাৰে কি আছে?

উত্তৰঃ মহাসাগৰ আছে।


৩। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি?

উত্তৰঃ কৰ্কটক্ৰান্তি ৰেখা।


৪। ভাৰতবৰ্ষ কি জলবায়ু দেশ?           

উত্তৰঃ মৌচুমি জলবায়ু দেশ।


৫। মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ঠ কি?

উত্তৰঃ ধাতু মৌচুমী জলবায়ুৰ এটা প্ৰধান বৈশিষ্ঠ।


৬। বসকন্ত কাল কাক বোলে?

উত্তৰঃ অসমীয়া বছৰৰ চ'ত মাহৰ আৰম্ভণিৰপৰা ব'হাগৰ শেষ হোৱাকে বসন্ত কাল বোলে।


৭।বসন্ত কালত বতৰ কেনেকুৱা হয়?

উত্তৰঃ শুকান আৰু গৰম হয়।


৮। কোনটো কাল পাৰ হোৱাৰ পাছতে বতৰ লাহে লাহে উষ্ণ হৈ আহে?

উত্তৰঃ বসন্ত কাল পাৰ হোৱাৰ ফাছতে বতৰ লাহে লাহে উষ্ণ হৈ আহে।


৯। অসমৰ মূল খেতি কি?

উত্তৰঃ শালি ধান।


১০। গ্ৰীষ্ম কালত উত্তৰ-পশ্চিম ভাৰতৰ বতৰ কেনেকুৱা হয়?

উত্তৰঃ গ্ৰীষ্ম কালত উত্তৰ-পশ্চিম ভাৰতৰ বতৰ ফৰকাল হয়।


১১। ইউৰোপ মহাদেশত প্ৰধান ঋতু কেইটা?

উত্তৰঃ চাৰিটা।


১২। কি কালত গছৰ পাতবোৰ হালধীয়া হয়?

উত্তৰঃ হেমন্ত কালত গছৰ পাতবোৰ হালধীয়া হয়।


১৩। শীত কালত কি খেতি কৰা হয়?

উত্তৰঃ আলু, কবি, বিলাহী, মটৰ, গাজৰ আদি কৰা হয়।


১৪। শীল কালত পশ্চিম ভাৰতত কিমান বৰষুণ পৰে?

উত্তৰঃ অলপ পৰহিমানে বৰষুণ পৰে।


১৫। চিৰসেউজীয়া বৃষ্টি ঘন বননি ক'ত দেখা যায়?

উত্তৰঃ যিবোৰ অঞ্চলত বছৰি ২০৩ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় সেইবোৰত চিৰসেইজীয়া বননি অঞ্চল দেখা যায়।


১৬। পৰ্ণপাতী উদ্ভিদ ক'ত গজে?

উত্তৰঃ যিবোৰ ঠাইত বছৰি ১০০-২০০ চেন্টিমিটাৰ বৰষুণ হয় সেইবোৰ ঠাইত এইবোৰ উদ্ভিদ গজে।


১৭। ভাৰতবৰ্ষৰ কিমান বৰ্গ কিঃমিঃ অঞ্চলত জলাহ হাবি আছে?

উত্তৰঃ ৬৭৪০ বৰ্গ কিঃমিঃ অঞ্চলত জলাহ হাবি আছে।


১৮। দক্ষিণাত্য মালভূমি কিমান মিটাৰ?

উত্তৰঃ ১৫০০ মিটাৰ।


১৯। হিমালয়ৰ কিমান মিটাৰ উচ্চতাত তৰাই নামৰ বননিত পৰ্ণপাতী উদ্ভিদ নলবাঁহ আদি দেখা যায়?

উত্তৰঃ ১২০০ মিটাৰ উচ্চতাই তৰাই নামৰ বননিত পৰ্ণকপাতী উদ্ভিদ নলবাঁহ আদি দেখা যায়।


২০। শুকাণ বননি অঞ্চল থকা দুখন ঠাই নাম লিখা?

উত্তৰঃ উত্তৰ-প্ৰদেশৰ, মধুৰা ইত্যাদি।  


Type Susmita Kakati





Post ID : DABP005430