হনুমন্ত লঙ্কাদৰ্শন

অধ্য়ায়-১৩

১) হনুমন্ত লংকাদৰ্শন নামৰ কবিতাটোৰ লেখক কোন ?

উত্তৰঃ মাধৱ কন্দলী ।


২) মাধৱ কন্দলী কোন শতিকাৰ কবি ?

উত্তৰঃ চতুৰ্দশ শতিকাৰ কবি ।


৩) মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ বাৰাহ (বৰাহী) ৰজা মহামাণ্য়িক্য় ।


৪) মাধৱ কন্দলীয়ে কি ভাষাত ৰামায়ণখন অনুবাদ কৰে ?

উত্তৰ ঃ সংস্কৃত ভাষাত ৰামায়ণখন অনুবাদ কৰে ।


৫) শংকৰদেৱে কিহক সন্মান জনাই কি কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ শংকৰদেৱে মাধব কন্দলীৰ কাব্য়-প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ।


৬) মাধৱ কন্দলী কেন আছিল ?

উত্তৰঃ অসমীয়া সাহিত্য়ৰ শংকৰ-পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী ।


৭) 'হনুমন্তৰ লঙ্কাদৰ্শন' কাব্য়াংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উত্তৰঃ শিৰোনামাৰ কাব্য়াংৰ পৰা লোৱাৈ হৈছে । 


৮) বিৰাল শব্দৰ অৰ্থ কি ? 

উত্তৰঃ মেকুৰী । 


৯) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ডত পোৱা যায় ?

উত্তৰঃ পাঁচটা কাণ্ডতে পোৱা যায় ।


১০) কন্টকি মানে কি ?

উত্তৰঃ কাঁইটীয়া গছ ।    


Type by - Mandira Saha 





Post ID: DABP005001