চোৰধৰা 

অধ্য়ায়- ১৫

১) কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?

উত্তৰঃ কৃষ্ণই গোপীৰ মুখত লৱনু সানি দিছিল ।


২) মাধৱদেৱে ৰচনা কৰা নাটকসমূহৰ একমাত্ৰ 'দধিমথন' বা 'অৰ্জুন-ভঞ্জন'ৰ বাহিৰে বাকীকেইখনক কি বুলি কোৱা হয়? 

উত্তৰঃ ঝুমুৰা  বুলি কোৱা হয় ।


৩)কানাই বুলি কাৰ কথা কোৱা  হৈছে ?

উত্তৰঃ কৃষ্ণৰ কথা কোৱা হৈছে । 


৪) চোৰধৰা পাঠটোৰ লেখক কোন ?

উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱ ।


৫) শ্ৰীশ্ৰীমাদৱদেৱৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৪৮৯ চনত জন্ম হৈছিল।


৬) জীৱনৰ প্ৰথমছোৱাত তেওঁ কি আছিল ?

উত্তৰঃ শাক্তধৰ্মী আছিল ।


৮) মাধৱদেৱ কোন আছিল ?

উত্তৰঃ অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলন এগৰাকী গুৰি ধৰোঁতা আছিল । 


৯) তেওঁ আহোম ৰাজ্য়ৰ উজনি অসম পৰিত্য়াগ কৰি ক'ত থাকিবলৈ লয় ?

উত্তৰঃ কোচৰাজ্য়ৰ বৰপেটা অঞ্চলত থাকিবলৈ লয় ।


১০) তেখেতৰ মৃত্য়ু কেতিয়া হৈছিল ?

উত্তৰঃ ১৫৯৬ চনত ।



Type by - Mandira Saha