অন্ধবিশ্বাস অৰু কুসংস্কাৰ

অধ্য়ায় ৮ 

(১) "অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা " বোলি কোনে কৈছিল?

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।


(২) শদিয়াৰ জলবায়ু কেনেধৰনৰ আছিল ?
উত্তৰ ঃ শদিয়াৰ জলবায়ু সেমেকা আছিল ।


(৩) ইয়াণ্ডাবু সন্ধিৰ পিছত অসম খন কাৰ অধীনলৈ আহিছিল ?
উত্তৰ ঃ বৃটিছৰ অধীনলৈ আহিছিল । 


(৪) মিছনেৰী সকলে কি ৰোগত আক্ৰান্ত হৈছিল ? 

উত্তৰঃ মিছনেৰী সকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল ।


(৫)স্থানীয় লোকসকলে দৰৱ খোৱাৰ পৰিবৰ্তে কি খাইছিল ?

উত্তৰঃ বেজৰ মন্ত্ৰপূত পানীহে খাইছিল ।


(৭) কি উপন্য়াসৰ বাবে গিৰিধৰ শৰ্মা  বঁটা লাভ কৰিছিল ?

উত্তৰঃ "অমৃতউপন্য়সৰ বাবে শৰ্মা বঁটা লাভ কৰিছিল ।


(৮)  অন্ধবিশ্বাস অৰু কুসংস্কাৰৰ পাঠতিৰ লেখক কোন ?

উত্তৰঃ জয়ন্ত মাধৱ বৰা ।


(৯) জয়ন্ত মাধৱ বৰা গৱেষণামূলক গ্ৰন্থ কেইখন ?

উত্তৰঃ দুখন ।


(১০) শিক্ষাৰ এক অন্য়তম  অংগ কি ?

উত্তৰঃ ভ্ৰমণ ।  



Type by- Mandira Saha . 






Post ID: DABP004577