Chapter 11

 কাৰ্য আৰু শক্তি

১) বহুতো প্ৰাকৃতিক পৰিঘটনাৰ তাতপৰ্য বুজাত সহায় কৰিব পৰা আন এটা ধাৰণা কি ?
উত্তৰ ঃ কাৰ্য।


২) কাৰ্য সম্পাদনৰ বাবে কেইচা চৰ্ত পূৰণ হ'ব লাগে ?
উত্তৰ ঃ দুটা ।


৩) কাৰ্যৰ একক নিউটন কি ?
উত্তৰ ঃ 
মিটাৰ বা জুল।


৪) দুটা দিশৰ মাজৰ কোণ কিমান ডিগ্ৰী হ'ব ?
উত্তৰ ঃ 
180 ডিগ্ৰী ।


৫) বলে কৰা কাৰ্য কি হ'ব পাৰে ?
উত্তৰ ঃ ধনাত্মক আৰু ঋনাত্মক ।


৬) শক্তিৰ বৃহত্তম প্ৰাকৃতিক উতস কি ?
উত্তৰ ঃ 
সূৰ্য।


৭) শক্তিৰ একক কাৰ্য কি ?
উত্তৰ ঃ 
জুল।


৮) 1জুল শক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ 
 কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকেই 1জুল শক্তি বুলি কোৱা হয়।


৯) কি নামৰ শক্তিৰ ডাঙৰ একক এটাৰ প্ৰচলন আছে ?
উত্তৰ ঃ কিল'জুল।


১০) জেমছ প্ৰেছকট জুলৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ  ঃ১৮১৮ চনত।


১১) জেম্ছ প্ৰেছে্কট্  জুল এজন কি আছিল ?
উত্তৰ ঃ মহান বৃটিছ পদাৰ্থবিজ্ঞানী।


12) জেম্ছ প্ৰেছ্কট জুলৰ কিমান চনত মৃত্যু হৈছিল ?
উত্তৰ ঃ ১৮৮৯ চনত।


১৩) স্থিতিশক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ কোনো বস্তুৱে তাৰ অৱস্থান বা অবয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিকে স্থিতিশক্তি বোলে।


১৪) গতিশক্তি মানে কি ?
উত্তৰ ঃ 
গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে।


১৫) বস্তু এটাৰ গতিশক্তি কিহৰ সৈতে বৃদ্ধি হয় ?
উত্তৰ ঃ 
দ্ৰুতিৰ সৈতে।


১৬) গতিশীল বস্তুত কি নিহিত থাকে ?
উত্তৰ ঃ 
শক্তি।


১৭) ক্ষমতাৰ এচ আই একক কি ?
উত্তৰ ঃ 
ৱাট।


১৮) কাৰ্যৰ একক কি  ?
উত্তৰ ঃ জুল।




Type : Dimpi Bora