Chapter 12

 শব্দ

১) বিভিন্ন বস্তু কিহৰ বাবে শব্দ উতপত্তি হয় ?
উত্তৰ ঃ শক্তি ।


২)মাধ্যম মানে কি ?
উত্তৰ ঃ যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাক মাধ্যম বোলে ।


৩) কিহৰ বাহ্যি্ক অংশক কৰ্ণপালি বোলে ?
উত্তৰ ঃ 
কাণৰ


৪) শব্দ এবিধ কি ?
উত্তৰ ঃ 
যান্ত্ৰিক তৰংগ


৫) শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো কি ?
উত্তৰ ঃ 
বায়ু


৬) কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?

উত্তৰ ঃ স্পন্দনশীল


৭) কম্পন কি ?
উত্তৰ ঃ 
কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি


৮) হেনৰিছ ৰুডলফ্ হাৰ্টজৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ ঃ 
১৮৫৭ চনত


৯) তেওঁ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল 

উত্তৰ ঃ বাৰ্লিন বিশ্ববিদ্যালয়ত


১০)  ভৌতিক মাধ্যমৰ মাজেৰে শব্দ কি ৰূপত সঞ্চালিত হয় ?
উত্তৰ ঃ 
অনুদৈঘ্য তৰংগৰ


১১) মাধ্যমৰ অনুত্ৰুমিক সংকোচন আৰু তনূভৱন হিচাপে কি সঞ্চালিত হয় ?
উত্তৰ ঃ 
শব্দ


১২) মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ কিমানৰ পৰা কিমানলৈ ?
উত্তৰ ঃ 
20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ


১৩) কাণেৰে কম শুনা ব্যক্তিক কিহৰ সহায়ক যন্ত্ৰৰ প্ৰয়োজন হয় ?
উত্তৰ ঃ
শ্ৰৱণ যন্ত্ৰ


১৪) কি সহায়ৰ যন্ত্ৰ হৈছে বেটেৰী চালিত এবিধ ইলেকট্ৰনিক সঁজুলি ?
উত্তৰ ঃ 
শ্ৰৱণ যন্ত্ৰ


১৫) কণাবিলাক থূপ খোৱা অঞ্চলবোৰ কি অঞ্চল  ?  
উত্তৰ ঃ 
সংকোচন অঞ্চল


১৬) এটা কম্পনাংকৰ শব্দক কি বোলে ?
উত্তৰ ঃ 
স্বৰ


১৭) মাধ্যমৰ মাজেৰে শব্দ সীমিত কিহেৰে সঞ্চালিত হয় ?
উত্তৰ ঃ 
দ্ৰুতিৰে


১৮) কি শব্দ এটাই গুণ উচ্চ বুলি কোৱা হয় ?
উত্তৰ ঃ 
শুৱলা


১৯) শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনক কি বুলি কোৱা হয় ?
উত্তৰ ঃ 
অমুৰণন




Type by : Dimpi Bora