Chapter 2

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে


১) বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে?

উত্তৰঃ এটা ।


২) বাস্পীভৱন প্ৰক্ৰিয়া হৈছে এটা-

উত্তৰঃ ভৌতিক প্ৰক্ৰিয়া ।


৩) দ্ৰৱণৰ কেইটা উপাদান থাকে?

উত্তৰঃ দুটা।


৪) বায়ু এবিধ কি পদাৰ্থ?

উত্তৰঃ গেছীয় পদাৰ্থ।


৫)  দ্ৰৱণৰ উপাদান কেইটা কি কি?

উত্তৰঃ দ্ৰাৱক আৰু দ্ৰৱ।


৬)  দ্ৰৱণ এটা কি ?

উত্তৰঃ সমসত্ব মিশ্ৰণ।


৭)  মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ ৰ'বাৰ্ট ব'য়েল।


৮) তলৰ কোনবিধৰ দ্য়ুতি বা চিক্মিকনি আছে?

উত্তৰঃ ধাতুৰ।


৯) নিমখ ক'ৰ পৰা পৃথক কৰিব পাৰি?

উত্তৰঃ সাগৰৰ পাৰ।


১০) প্ৰলম্বন এবিধ কি ?

উত্তৰঃ অসমসত্ব মিশ্ৰণ।


১১) সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা?

উত্তৰঃ এঘাৰতা।


১২) কোনবোৰ কণিকা ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি ?

উত্তৰঃ প্ৰলম্বিত কণিকাবোৰে।


১৩)  সৰ্বসাধাৰণ মানুহৰ মতে "বিশুদ্ধ" মানে কি নথকা বস্তু?

উত্তৰঃ ভেজাল নথকা বস্তু।


১৪) বাষ্পীভৱন কি প্ৰক্ৰিয়া?

উত্তৰঃ ভৌতিক প্ৰক্ৰিয়া।


১৫) ছ'ডা পানী তলৰত কি পদাৰ্থৰ মিশ্ৰণ?

উত্তৰঃ গেছীয় পদাৰ্থৰ।


১৬) পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয়?

উত্তৰঃ টিণ্ডেল ক্ৰিয়া।


১৭)  সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌলৰ দুবিধৰ নাম কি কি?

উত্তৰঃ মাৰকিউৰি আৰু ব্ৰ'মিণ।


১৮)  দহন এবিধ কি ?

উত্তৰঃ ভৌতিক পৰিবৰ্তন।


১৯) বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছবিলাক কি কৰিব লাগিব?

উত্তৰঃ আনবিলাক গেছ পৃথক কৰিব লাগিবটডড।


২০) বেছিভাগ মৌল কি ?

উত্তৰঃ গোটা বা কঠিন।



Type: Dimpi Bora