Chapter 4

পৰমাণুৰ গঠন 


১) কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?

উত্তৰঃ অণু আৰু পদাৰ্থবোৰ।


২) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ'ল-

উত্তৰঃ ধনাত্মক আধানযুক্ত।


৩) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?

উত্তৰঃ ইলেক্ট্ৰন।


৪) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-

উত্তৰঃ জে জে থমছন।


৫) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

উত্তৰঃ 1856 চনৰ 18 ডিচেম্বৰ তাৰিখে।


৬) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-

উত্তৰঃ জে ছাডউইকে।


৭) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?

উত্তৰঃ নিউক্লিয়াছ।


৮) 1908 চনত ৰসায়ন বিজ্ঞানত ন'বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?

উত্তৰঃ স্প্ৰিং গ্ৰ'ভ।


৯) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন'বেল বঁটা কোনে পাইছিল?

উত্তৰঃ কোপেন হ্গেনত নীয়েল  ব'ৰে।


১০) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-

উত্তৰঃ 8 টা।


১১) স্প্ৰিং গ্ৰ'ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

উত্তৰঃ 1871 চনৰ 30 আগষ্টৰ তাৰিখে।


১২) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?

উত্তৰঃ স্প্ৰিং গ্ৰ'ভ।


১৩) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ গৰল ৰোগত।


১৪) হাইড্ৰ'জেনৰ কিমানবিধ পৰমাণু আছে?

উত্তৰঃ তিনিবিধ।


১৫) পৰমাণু এটাৰ কোনটো অংশত প্ৰ'টন থাকে?

উত্তৰঃ নিউক্লিয়াছ অংশত।


১৬)   জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল?

উত্তৰঃ ৩৫ বছৰ।


১৭) যোজ্য়তা হ'ল-

উত্তৰঃ পৰমাণু এটাৰ যোজিত হ'ব পৰা ক্ষমতা।


১৮) ৰাডাৰ ফ'ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?

উত্তৰঃ ইলেক্ট্ৰন।



Type : Dimpi Bora