Chapter 5

 জীৱৰ মৌলিক একক

১) কৰ্ক হ'ল-
উত্তৰ ঃ এবিধ ৰাসায়নিক বিক্ৰিয়া ।


২) লেটিন শব্দ "Cell" ৰ অৰ্থ কি?
উত্তৰ ঃ 
সৰু সৰু খোটাঁলি।


৩) কিমান চনত ৰবাৰ্ট হুক এ পোন প্ৰথনে কোষ আৱিষ্কাৰ কৰিছিল ? 
উত্তৰ ঃ 
1665 খ্ৰীষ্টাব্দত।


৪) আমি অণুজীৱসমূহ কিহৰ দ্বাৰা দেখা পাব পাৰোঁ?
উত্তৰ ঃ 
অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা।


৫) কিমান খ্ৰীষ্টাব্দত কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?
উত্তৰ ঃ 
1831 খ্ৰীষ্টাব্দ।


৬) কোষত কোনে কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?
উত্তৰ ঃ ৰবাৰ্ট 'ব্ৰাউনে।


৭) তলৰ কোনবিধ উপাদান কোষকেন্দ্ৰত থাকে?
উত্তৰ ঃক্ৰম'জ'ম।


৮) কেমিল' গলজি কিমান চনত জন্ম হৈছিল?
উত্তৰ ঃ 
1843 চনত।


৯) কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়?
উত্তৰ ঃ 
কোষ কেন্দ্ৰাৱৰণ।


১০) প্লাষ্টিডবিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায়?

উত্তৰ ঃ উদ্ভিদ ৰ দেহত।


১১) প্লাষ্টিড কেইপ্ৰকাৰৰ?
উত্তৰ ঃ 
দুই প্ৰকাৰৰ।


১২) কোষ কি?
উত্তৰ ঃ 
এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক।


১৩) তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্য়া দিয়া হয়?
উত্তৰ ঃ 
মাইট'কন্ড্ৰিয়া।


১৪) লিপিড আৰু প্ৰ'টিনৰ দ্বাৰা গঠিত কোষাৱৰণখনে কোষ একোটাক কি কৰি ৰাখে?
উত্তৰ ঃ 
আবৃত কৰি ৰাখে।


১৫) ভাইৰাচক কিয় জীৱ বুলি আখ্য়া দিয়া নহয়?
উত্তৰ ঃ ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে।


১৬) তলৰ কোন দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত।
উত্তৰ ঃ শ্লেইডেন আৰু স্বোৱান।


১৭) সকলো জীৱৰ দেহ একেধৰণৰ কোষেৰে গঠিত হয়নে?
উত্তৰ ঃ নহয়।


১৮) মাইট্ৰ'কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য় বৈষিষ্ট্য়পূৰ্ণ চৰিত্ৰ হ'ল-
উত্তৰ ঃ 
ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব'জ'ম থাকে।



Type : Dimpi bora