Chapter 6

 কলা 

১) উদ্ভিদৰ দেহত থকা সৰহখিনি কি কলা ?
উত্তৰ ঃ মৃত।


২) জটিল স্থায়ী কি কলা  ?
উত্তৰ ঃ 
স্থায়ী কলা।


৩) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ চাৰিটা কোষেৰে গঠিত।


৪) কোনবিধ জটিল কলাৰ উদাহৰণ?
উত্তৰ ঃ 
ফ্লোৱেম।


৫) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ 
চাৰিবিধ।


৬) আচ্ছাদক কলা কি?
উত্তৰ 
প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ।


৭) ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন কেনেকুৱা?
উত্তৰ ঃ 
চুঙাকৃতিৰ।


৮) প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে?
উত্তৰ ঃ
সংকোচন আৰু প্ৰসাৰণ।


৯) কোনবিধ  এবিধ বিশেষধৰণৰ জুলীয়া সংযোজক কলা?
উত্তৰ ঃ  
তেজ বা ৰক্ত।


১০) তলৰ কোনদুবিধ আমাৰ শৰীৰত পোৱা কলা?
উত্তৰ ঃ 
পোশী আৰু তেজ।


 ১১) উদ্ভিদৰ পাতৰ বহিঃস্তকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয়?
উত্তৰ ঃ পত্ৰৰন্ধ্ৰ।


১২) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়?
উত্তৰ ঃ 
কাৰ্বন ডাই অক্সাইড গেছ।


১৩) উদ্ভিদৰ শিপাৰৰ বহিঃস্তকখনৰ কাম কি?
উত্তৰ ঃ পানী শোষণ কৰা।


১৪) পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে?
উত্তৰ ঃ 
দুটা।


১৫) পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়?
উত্তৰ ঃ 
ৰক্ষীকোষ।


১৬) মস্তিকত কি কলা থাকে?
উত্তৰ ঃ 
স্নায়ু কলা।


১৭) এটা কোষত কেইটা কোষকেন্দ্ৰ পোৱা যায়?
উত্তৰ ঃ 
এটা।


১৮) চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়?
উত্তৰ ঃ 
অৰেখিত পেশী।


১৯) হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশীকলাৰ দ্বাৰা গঠিত?
উত্তৰ ঃ 
হৃদপেশী।


২০) তেজৰ অৰ্দ্ধজুলীয়া আধাৰ দ্ৰব্যক কি বোলে ?
উত্তৰ ঃ প্লাজমা।


.২১) পেশী আৰি অস্থিক কি কলাই সংযোগ কৰে ?
উত্তৰ ঃ টেণ্ডল কলাই।


২২) জুলিয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰ ঃ তেজ।




Type : Dimpi Bora