Chapter 10

মহাকৰ্ষণ

১) আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ ঃ ১৬৪২ চনত ।


২) আৰ্কিমিডিচ এগৰাকী কি আছিল ?
উত্তৰ ঃ 
গ্ৰীক বিজ্ঞানী।


৩) Gৰ গৃহীত মান আছেনে ?
উত্তৰ ঃ 
আছে।


৪) সমানুপাতিক ধ্ৰুৱ কোনতো ?
উত্তৰ ঃ G।


৫) বিশ্বজনীন ধ্ৰুৱক বুলি কোনতোক কোৱা হয় ?
উত্তৰ ঃ 
G।


৬) আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল ?
উত্তৰ ঃ 
গোলক গণিত।


৭) কিমান খ্ৰীঃৰ বহুতো জ্যোতিৰ্বিদে গ্ৰহবোৰৰ গতিৰ সম্পৰ্কত বহুতো তথ্য সংগ্ৰহ কৰিছিল ?
উত্তৰ ঃ 
১৬ খীঃৰ।


৮) পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয় নে ?
উত্তৰ ঃ 
নহয়।


৯) তৰল কাক বোলে ?
উত্তৰ ঃ 
সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে।


১০) প্লাবিতা মানে কি ?
উত্তৰ ঃ 
পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে।


১১) সকলো বস্তুৱেই তৰলত ডুবালে কি বল অনুভৱ কৰে ?
উত্তৰ ঃ 
প্লাবিতা বল।


১২) ঘনত্ব কাক বোলে ?
উত্তৰ ঃ 
পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে।


১৩) ঘনত্ব একক কিমান ?
উত্তৰ ঃ 
কিল'গ্ৰাম প্ৰতি ঘনমিটাৰ ।


১৪) পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি ? 
উত্তৰ ঃ 
ঘনত্ব।


১৫) সোণৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 
19300।


১৬) পানীৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 
1000।


১৭) নিউটনে এদিন গছৰ তলত বহি থাকোতে কি সৰি তেওঁৰ গাতে পৰিছিল ?
উত্তৰ ঃ  
আপেল।




Type : Dimpi Bora