Chapter 9

 বল আৰু গতি বিষয়ক সূত্ৰসমূহ


১) গেলিলিও কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৫৬৪ চনত ।


২) গেলিলিও এজন কি শিল্পী আছিল?

উত্তৰঃ হস্ত শিল্পী ।


৩) তলৰ কোনটো নিউটনৰ শুদ্ধ চিহ্ন?

উত্তৰঃ N ।


৪) গেলিলিও জন্ম হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ ইটালীৰ পিচা নামৰ ঠাই এখনত ।


৫) এলানি দূৰবীক্ষণ কোনে পোনপ্ৰথমে তৈয়াৰ কৰিছিল?

উত্তৰঃ ছাৰ আইজাক নিউটন ।


৬) দোলন ঘড়ী সাজি উলিওৱা প্ৰথমজন বিজ্ঞানীৰ নাম কি আছিল?

উত্তৰঃ  Not a single one is correct ।


৭) কিমান খ্ৰীষ্টাব্দত গেলিলিও গেলিলিও এ পাদুৱা বিশ্ববিদ্য়ালয়ত নিযুক্তি পাইছিল?

উত্তৰঃ  1592 খ্ৰীঃত ।


৮) বলৰ একক কি?

উত্তৰঃ  নিউটন ।


৯) ভৰ 2 কিঃগ্ৰা বস্তু এটা ঘৰ্ষণ কম পথালি টেবুলত 4 মিটাৰ/ছেনিং স্থিৰ বেগৰ সৈতে পিছলি আছে। বস্তুটো একে বেগেৰে চলাচল কৰি ৰাখিবলৈ প্ৰয়োজনীয় বল হৈছে-

উত্তৰঃ  0 N ।


১০) যেতিয়া হাতৰ মাজত ধৰি ৰখা বেলুন এটা হেঁচি দিয়া হয়, ইয়াৰ আকৃতি সলনি হয়। এনে হোৱা কাৰণ কি?

উত্তৰঃ সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে ।


১১) জড়তাৰ জোখ কি?

উত্তৰঃ  ভৰ ।


১২) জড়়তা জোখৰ S.I. একক কি?

উত্তৰঃ  কিলোগ্ৰাম ।


১৩) জড়তা মানে কি ?

উত্তৰঃ  বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়়তা বুলি কোৱা হয় ।


১৪) গতি বিষয়ক প্ৰথম সূত্ৰটোক কি বুলি কোৱা হয় ?

উত্তৰঃ  জড়তা বুলি কোৱা হয় ।


 ১৫) ঘৰ্ষণ বল কেনেকৈ কমাব পাৰি ?

উত্তৰঃ  মাৰ্বলটো আৰু সমতলখন মিহি কৰি আৰু তলৰ ওপৰ ভাগত পিচ্ছলক ব্যৱবাৰ কৰি ঘৰ্ষণ বল কমাব পাৰি ।



Type : Dimpi Bora




Post ID : DABP004955