অধ্য়ায়-১৪

সুখ


১) মানুহে সুখ পাবলৈ হলে কি কৰিব লাগিব?

উত্তৰঃ মানুহে সুখ পাবলৈ হলে স্বাৰ্থ ত্য়াগ কৰিব লাগিব। 


২) কোনবোৰ মানুহ সুখী হয়?

উত্তৰঃ নিস্বাৰ্থ মানুহবোৰ সুখি হয়।


৩) সুখ কবিতাটোৰ লেখক কোন?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালা।


৪) তোখেতৰ জন্ম কেকিয়া  আৰু ক'ত হৈছিল?

উত্তৰঃ ১৮৭৪ চনত তেজপুৰত জন্ম হৈছিল।


৫) তেওঁ কিহৰ বিষয়া আছিল?

উত্তৰঃ তেওঁ পুলিচ বিভাগৰ ডাঙৰ বিষয়া আছিল।


৬) তেওঁক কি বুলি আখ্য়া দিয়া হৈছে?

উত্তৰঃ তেওঁক ভাঙনি কোঁৱৰ আখ্য়া দিয়া হৈছে।


৭) তেওঁক কিহৰ কাৰনে ভাঙনি কোঁৱৰ বুলি আখ্য়া দিয়া হৈছে?

উত্তৰঃ কাৰন তেওঁ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে । সোইকাৰনে তেওঁক ভাঙনি কোঁৱৰ বুলি আখ্য়া দিয়া হয়।


৮) তেওঁ ৰচিত পুঠি কেইখন?

উত্তৰঃ তিনিখন।


৯) দিনকণা মানে কি?

উত্তৰঃ   দিনতে নেদেখা লোক বা দেখিলেও মন নকৰা।


১০) পৰম-পিতাৰ অৰ্থ কি?

উত্তৰঃ ভগৱান বা ঈশ্বৰ।



Type By - Mandira Saha