সৰু ছোৱালী আৰু পখী 

অধ্য়ায় ১৪

১/ সৰু ছোৱালীয়ে কি কি দিম বুলি পখীক মাটিছিলে ? 

উত্তৰঃ ফুল দিম কোঁচ ভৰি খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বাহ আহ পখী আহ পখী বুলি মাটিছিল ।


২/ পাঠটিত পখী শব্দ কেইতা আছে ? 

উত্তৰঃ ১১ টা শব্দ আছে । 


৩/ পদ্য়টোত ছন্দ মিলাবৰ বাবে 'গা' শব্দ সলনি কি শব্দ দিছে ? 

উত্তৰঃ 'গাহ' শব্দৰ ৰূপ দিছে । 


৪/ সৰু ছোৱালীয়ে পখীক কি বুলি কৈছিল ?

উত্তৰঃ গীত গাবি সুললিত শুনি হম হৰষিত ওচৰতে আছে এটি বাহ আহ পখী ততালিকে আহ । 


৫/ সৰু ছোৱালীয়ে পখীক কিয় দেখিলেই চাই ৰওঁ বুলি কৈছে ? 

উত্তৰঃ কাৰণ সৰু ছোৱালীয়ে পখীক ভাল পাই সেইকাৰনে দেখিলেই চাই ৰওঁ বুলি কৈছে ।


৬/ সৰু ছোৱালীয়ে পখীৰ লগত কি কৰিম বুলি কৈছিল ?

উত্তৰঃ পকা পকা ফল দিম তোৰ সতে ওমলিম, পাবি ৰং আহ পখী আহপখী  বুলি কৈছিল । 


৭/ পখীক কিহেৰে বাহ সাজি দিম বুলি কৈছিল ? 

উত্তৰঃ সোণেৰে সাজি দিম বুলি কৈছিল । 


৮/ সৰু ছোৱালীয়ে পখীক কেনেকৈ আহ বুলি  কৈছিল ?    

উত্তৰঃ গছে-বনে থাকি কিনো গাহ, আহ পখী আহ, ওকেচিপে আহ । 


৯/ সৰু ছোৱালীয়ে পখীক কি গাবলৈ মাটিছিল ? 

উত্তৰঃ গীত গাবলৈ মাটিছিল । 


১০/ কবিতাতিৰ কবি কোন ?

উত্তৰঃ কবি- ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ ।                                                                 

               


Type by- Bikul Mandal 







Post ID: DABP005652