পুষ্টিকাৰক দ্ৰব্য় আৰু ইয়াৰ প্ৰভাৱ

১ম অধ্য়ায়

১. জীৱ জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন ? 

উত্তৰ :- জীৱ জীয়াই থকিবলৈ আহাৰৰ প্ৰয়োজন ।


২. আমাৰ শৰীৰৰ ভিতৰত থকা অংগ-প্ৰত্য়ংগৱে কাম কৰিবলৈ কি হ'ৰ প্ৰয়োজন ?

উত্তৰ :- আমাৰ শৰীৰৰ ভিতৰত থকা অংগ-প্ৰত্য়ংগৱে কাম কৰিবলৈ পুষ্টিকাৰক দ্ৰব্য়ৰ প্ৰয়োজন ।


৩. পুষ্টিকাৰক দ্ৰব্য়ই আমাৰ দেহত কি কি যোগান ধৰে ?

উত্তৰ :- পুষ্টিকাৰক দ্ৰব্য়ই আমাৰ দেহত শৰীৰত শক্তি যোগান ধৰে আৰু বৃদ্ধি আৰু বিকাশত সহায় কৰে।


৪. আমি পুষ্টিকাৰক দ্ৰব্য় ক'ৰ পোৰা পাওঁ ?

উত্তৰ :- আমি পুষ্টিকাৰক দ্ৰব্য় বিভিন্ন আহাৰৰ পৰা পাওঁ ।


৫. পুষ্টিকাৰক দ্ৰব্য় সমূহ কেইটা ভাগত ভাগ কৰিব পাৰি উদাহৰণ দিয়া ?

উত্তৰ :-পুষ্টিকাৰক দ্ৰব্য় সমূহ বিভিন্ন ভাগতক ভাগ কৰিব পাৰি উদাহৰণস্বৰূপে ঘেঁহু, গোমধান, চাউল, আলু ।

৬. ঘেঁহু, গোমধান, চাউল আৰু আলু যথেষ্ট পৰিমানে কি থাকে ?

 উত্তৰ :- ঘেঁহু, গোমধান, চাউল আৰু আলু আদিত যথেষ্ট পৰিমানে কাৰ্ব'হাইড্ৰেট আৰু শৰ্কৰাজাতীয় পদাৰ্থ থাকে ।


৭. কাৰ্ব'হাইড্ৰেটে আমাৰ শৰীৰত কি যোগান ধৰে ? 

উত্তৰ :- কাৰ্ব'হাইড্ৰেটে আমাৰ শৰীৰত শক্তি যোগান ধৰে ।


৮. মাহ জাতীয় শস্য় উদাহৰণ কিছুমান দিয়া ? 

উত্তৰ :- মাহ জাতীয় শস্য় উদাহৰণ হ'ল গাখীৰ, পনীৰ, দৈ আদিৰ । 


৯. মাহ জাতীয় শস্য় কি থাকে ? 

উত্তৰ :- মাহ জাতীয় শস্য় যথেষ্ট পৰিমাণে প্ৰটান বা মাংসসাৰ থাকে ।


১০. আমাক প্ৰটিনে কি সহায় কৰে ?

উত্তৰ :- আমাক প্ৰটিনে বৃদ্ধি আৰু বিকাশত সহায় কৰে ।


১১. স্নেহজতীয় পদাৰ্থ বা লিপিডে কি কৰে ?

উত্তৰ :- স্নেহজতীয় পদাৰ্থ বা লিপিডে শৰীৰক তাপ যোগোৱাৰ লগতে শক্তিৰো যোগান ধৰে ।


১২. ঘি, তেল, মাখন, শুকান ফল আদিত আমি কি পদাৰ্থ পাওঁ ?

উত্তৰ :- ঘি, তেল, মাখন, শুকান ফল আদিত আমি স্নেহজতীয় পদাৰ্থ পাওঁ ।


১৩. আমি শৰীৰত ভিটামিন আৰু খনিজ লৱন ক'ৰ পৰা পাওঁ ?

উত্তৰ :- আমি শৰীৰত ভিটামিন আৰু খনিজ লৱন ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই, বিলাহী, বন্ধাকবি আদিৰ পৰা পাওঁ ।


১৪. ভিটামিন আৰু খনিজ লৱন প্ৰচুৰ পৰিমাণে ক'ৰ পৰা পাওঁ ?

উত্তৰ :- ভিটামিন আৰু খনিজ লৱন প্ৰচুৰ পৰিমাণে তৰমুজ, মধুৰিআম, আম, ডালিম আদিত পৰা পাওঁ।


১৫. আমাক বেমাৰ আজাৰৰ পৰা কোনা ৰক্ষা কৰে ?

উত্তৰ :- আমাক বেমাৰ আজাৰৰ পৰা পুষ্টিকাৰক দ্ৰব্য় সহায় কৰে ।


১৬. আমাৰ আহাৰত থকা পুষ্টিকাৰক দ্ৰব্য়সমূহ কি কি ?

উত্তৰ :- আমাৰ আহাৰত থকা পুষ্টিকাৰক দ্ৰব্য়সমূহ হ'ল- কাৰ্ব'হাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱন ।


১৭. শাক-পাচলি, ফলমূল আদি এইবোৰ কি জাতীয় পদাৰ্থ ?

উত্তৰ :- শাক-পাচলি, ফলমূল আদি এইবোৰ আঁহজাতীয় পদাৰ্থ ।


১৮. আমি খোৱা পানী বাহিৰেও আৰু ক'ৰ পৰা পাওঁ ?

উত্তৰ :- আমি খোৱা পানী বাহিৰেও আৰু শাক-পাচলি আৰু ফলমূলৰ পৰা পাওঁ ।


১৯. খাদ্য়ত কিহ'ৰ অভাৱ হলে বহুত বেমাৰ সৃষ্টি কৰিব পাৰে ?

উত্তৰ :- খাদ্য়ত পুষ্টিকাৰক দ্ৰব্য় অভাৱ হলে বেমাৰ সৃষ্টি হয় ।


২০. পুষ্টিকাৰক দ্ৰব্য় অভাৱত হোৱা বেমাৰ বোৰক কি বোলে ?

উত্তৰ :- পুষ্টিকাৰক দ্ৰব্য় অভাৱত হোৱা বেমাৰ বোৰক পুষ্টি অভাৱজনিত ৰোগ বোলে ।



Type By- Pal Bora 





Post ID: DABP005665