ভাৰতবৰ্ষৰ সাংস্কতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান

অধ্যায় ১৪

১। ভাৰতৰ মোগল সম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কেনেকুৱা আছিল?

উত্তৰঃ ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ সাহসী আৰু দূৰদৰ্শী হোৱাৰ লগতে কলাপ্ৰেমীও আছিল।


২। বাবৰৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ বাবৰৰ পুত্ৰৰ নাম আছিল হুমায়ুনো।


৩। আকবৰ পৃষ্ঠপোষকতাত কি স্থাপিত্য কৰিছিল ?

উত্তৰঃ পাৰ্ছী, জৈন, বৌদ্ধ আৰু হিন্দু  আদি স্থাপিত্য কৰিছিল।

৪। সম্ৰাট আকবৰ কিপ্ৰেমী আছিল?

উত্তৰঃ সম্ৰাট আকবৰ এজন চিত্ৰপ্ৰেমী আছিল।


৫। সংগীত ভাৰতীয় শিল্পকলাৰ কি অংগ?

উত্তৰঃ সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ।


৬। আকবৰ দিনত কি নৃত্যৰ প্ৰচলন আছিল?

উত্তৰঃ আকবৰ দিনত বাইজী নৃত্যৰ প্ৰচলন আছিল।


৭। মোগল সাহিত্যক ভাৰতীয় সাহিত্যক কি থৈ গৈছে?

উত্তৰঃ মোগল সাহিত্যক ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।


৮। ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ?

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ।


৯। অসমত ভক্তি আন্দোলনৰ ধাৰাটোকে কি আন্দোলন বোলে?

উত্তৰঃ বৈষ্ণৱ আন্দোলন বোলে।


Type Susmita Kakati

 





Post ID: DABP005485