মধ্য এছিয়াত অৱস্থিত ঐশ্লামিক তথা ইছলামীয় ভূখণ্ড

Chapter 4 


১। ধৰ্ম এটি বৰ্তি থকাটো নিৰ্ভৰ কৰে সেই ধৰ্মৰ অনুগামী টো কি জীয়াই থকাৰ ওপৰত ?

উত্তৰ = সেই ধৰ্মৰ অনুগামী গোষ্ঠীটো জীয়াই থকাৰ ওপৰত ।


২। সমসাময়িকভাৱে মহম্মদে নিজকে কি দূত বুলি ঘোষণা কৰি কৈছিল ?

উত্তৰ = মহম্মদে নিজকে ভগৱানৰ দূতআৰু ৰচুল বুলি ঘোষণা কৰি কৈছিল  ।


৩। টাবাৰীৰ আখৰৰ কিমান আৰু ইয়াৰ কিমান টা খণ্ডত ইংৰাজীলৈ তৰ্জমা কৰা হৈছিল ?

উত্তৰ = টাবাৰীৰ আখৰৰ (৯২৩) আৰু ইয়াৰ ৩৮টা খণ্ডত ইংৰাজীলৈ তৰ্জমা কৰা হৈছে । 


৪। কালছোৱাত হজৰত মহম্মদে এক ভগৱান কি উপসনা কৰিছিল ?

উত্তৰ = এক ভগৱান আল্লাহ উপসনা কৰিছিল ।


৫। প্ৰধান উপসনা গৃহটো নিয়ন্ত্ৰণ কৰিছিল সেই মন্দিৰটো আছিল ?

উত্তৰ = সেই মন্দিৰটো আছিল ঘনবৰ্গ ক্ষেত্ৰাকাৰ ।


৬। ঘনবৰ্গ ক্ষেত্ৰাকাৰ সন্দিৰটো বিগ্ৰহ স্থাপন কৰি কি কি  কৰিছিল ?

উত্তৰ = স্থাপন কৰি পূজা - অৰ্চনা কৰিছিল ।


৭। কি দিনা মুক্তি লাভ কৰিব বুলি প্ৰতি শ্ৰুতি দিয়া হৈছিল ?

উত্তৰ = কিয়ামাৰ দিনা মুক্তি লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল ?


৮। জীয়াই (পৃথিৱীত) থকা সময়ত সম্প্ৰদায়টোৰ সকলো কি লাভ কৰিছিল ?

উত্তৰ = সকলো সম্পদৰ ভাল লাভ কৰিছিল ।


৯। মুছলমানসকলে মক্কাৰ লোকসকলৰ পৰা অতি সোনকালে ই কি সন্মুখীন হৈছিল ?

উত্তৰ = সোনকালেই তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল ।


১০। মহম্মদৰ মৃত্যৰ পৰৱৰ্তী কালছোৱাত জনজাতিয়ে ঐশ্লামিক কিহৰ পৰা আঁতৰি গৈছিল ?

উত্তৰ = ৰাষ্ট্ৰতৰ পৰা আঁতৰি গৈছিল ।


১২। গৃহযুদ্ধৰ পিছত এনে এটা ৰি ধাৰণ হৈছিল ?

উত্তৰ = আৰবৰ আধিপত্য থানবান ধাৰণ হৈছিল ।  


১৩। খলিফাতন্ত্ৰ দ্বৈত উদ্দেশ্য কি আছিল ?

উত্তৰ = ৰ্ধম সম্প্ৰদায়টোৰ ওপৰত নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰখা আৰু ৰাষ্ট্ৰখনৰ বাবে ধন - সম্পদ আহৰণ কৰা উদ্দেশ্য আছিল ।


১৪। পশ্চিফালে থকা বাইজানটাইন আৰু পূৰ্ব দিশত থকা টো নাম  কি ?

উত্তৰ = পূৰ্ব দিশত থকা ছাছানিয়ান সাম্ভ্ৰাজ্যৰ ।


১৫। ৰাজ্য ক্ষেত্ৰত সমূহ শাসনৰ মূৰব্বী কোন আছিল ?

উত্তৰ = মূৰব্বী আছিল গৱৰ্ণৰ আৰু জনজাতীয় গোষ্ঠীপতি ।


১৬।   তিনিটা সফল সামৰিক অভিযানৰ (637-642) ফলত কি শাসনধান কৰে ?

উত্তৰ =  আৰবসকলে ছিৰিয়া, ইৰাক, ইৰাণ আৰু ইজিপ্তক মদিনাৰহ শাসনাধীন কৰে ।


১৭। কেন্দ্ৰীয় কোষাগাৰে মুছমানসকলে আদায় দিযা খাজানা আৰু সামৰিক অভিযানৰ সসময়ত কি হিচাপে লাভ কৰিছিল ?

 উত্তৰ = অভিযানৰ সময়ত লুণ্ঠন কৰা ধন - সম্পদ আয় হিচাপে লাভ কৰিছিল ।


১৮। নিজ নিজ সাম্প্ৰদায়িক  কাম -কাজ চলা ই যোৱাত বাবে বাহুল্য পৰিমানে কি প্ৰদান হৈছিল ?

উত্তৰ = বাহুল্য় পৰিমানে স্বাধিকাৰ বা স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল ।


১৯। আৰব জনজাতিসকলৰ বাবে৩ ৰাজনৈতিক কি সহজে অহা নাছিল ?

উত্তৰ = ৰাজনৈতিক বিস্ততি আৰু সংহতি  খুব সহজে অহা নাছিল ।


২০। উমেইড খলিফাসকলে মৰুদ্যানত মৰু প্ৰাসাদ নিৰ্মাণ কি কি কৰিছিল ?

উত্তৰ = পেলেষ্টানৰ খিৰবাট অলমফজাৰ আৰু জৰ্দানৰ আদি ।