শীশঙ্কৰদেৱ
পাঠঃ ওঠৰ

 ১। যতীন্দ্ৰনাথ দুৱাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৯২ চনত।


২। গৰিমা অৰ্থ কি?

উত্তৰঃ গৌৰৱ। 


৩। যতিন্দ্ৰনাথ দুৱাৰৰ ঘৰ ক'ত আছিল?

উত্তৰঃ শিৱসাগৰত


৪। তেওঁ কোনখন কলেজত অসমীয়াৰ অ ধ্য়াপক হৈ অৱসৰ লয়?

উত্তৰঃ ডিব্ৰুগড় কানৈ কলেজত।


৫। শ্ৰীমন্ত শঙ্কৰদেৱ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৪৪৯ চনত জন্ম হৈছিল । 


৬। অসমীয়া সাহিত্য়ত যতীন্দ্ৰনাথ দুৱাৰক কি বোলা হয়?

উত্তৰঃ বনফুলৰ কবি বোলা হয়। 


৭। জানৰ অৰ্থ কি?

উত্তৰঃ খবৰ । 


৮। শ্ৰীমন্ত শঙ্ককৰদেৱৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৫৬৮ চনত মৃত্য়ু হৈছিল।


৯। শংকৰদেৱে মাত্ৰ  কে বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে?

উত্তৰঃ ছ'কুৰি বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে । 


১০। যতীন্দ্ৰনাথ দুৱৰা কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯৬৪ চনত মৃত্য়ু হৈছিল । 



Type By Dikha Rani Bora