চতুৰ্ভুজ অংকন 

অনুশীলনী - 5

1. এটা চতুৰ্ভজ ABCD অংকন কৰা যাতে AB = 5.2 ছেমি., BC = 6.3 ছেমি ., CD = 5.4 ছেমি., AD = 5.8 ছেমি. আৰু কৰ্ণ BD = 7.1 ছেমি.।

Ans:-


2. এটা চতুৰ্ভুজ ABCD অংকন কৰা যাতে AB = 5 ছেমি., BC =   4.8ছেমি., AD = 4.1 ছেমি., কৰ্ণ AC = 6.3 ছেমি. আৰু কৰ্ণ BD = 5.8 ছেমি .।

Ans:-


3. ABCD চতুৰ্ভুজৰ AB = 4.7 ছেমি., BC = 5ছেমি., AD = 6 ছেমি., <B = 75আৰু <A = 1200। চতুৰ্ভজটো অংকন কৰা।

Ans:-


4. EFGH চতুৰ্ভজৰ EF = 5ছেমি., FG = 4.5 ছেমি., <E = 600, <F = 120আৰু  <G =  900। চতুৰ্ভুজটো অংকন কৰা।

Ans:-


5. PQRS চতুৰ্ভুজৰ PQ = 6.3 ছেমি., QR = 4.9 ছেমি., RS = 5.5 ছেমি        PS = 6 ছেমি. আৰু <Q = 75। চতুৰ্ভুজটো অংকন কৰা।

Ans:-


6. এটা সামান্তৰিকৰ দুটা ওচৰা-উচৰি বাহুৰ মাপ 7.5 ছেমি. আৰু 6 ছেমি.। সামান্তৰিকটোৰ এটা কোণৰ মাপ 800 হ'লে সামান্তৰিকটো অংকন কৰা।

Ans:-


7. এটা সামান্তৰিকৰ কৰ্ণ দুডালৰ মাপ 5.4 ছেমি. আৰু 6.5. ছোমি আৰু ইয়াৰ এটা বাহুৰ মাপ 5.8 ছেমি।সামান্তৰিকটো অংকন কৰা।

Ans:-


8. এটা আয়ত অংকন কৰা যাৰ দীঘ আৰু প্ৰস্থ ক্ৰমে 8.2 ছেমি. আৰু 5.6 ছেমি.।

Ans:-


9.  এটা বৰ্গ ABCD অংকন কৰা যাতে AB = 6.4 ছেমি.।

Ans:-


10. এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দীঘ 5.7 ছেমি. আৰু 8 ছেমি.। ৰম্বাছটো অংকন কৰা।

Ans:-


11. এটা সামান্তৰিকৰ কৰ্ণ দুডালৰ মাপ 6 ছেমি. আৰু 4.8. আৰু কৰ্ণ দুডালৰ মাজৰ এটা কোণৰ মাপ 65। সামান্তৰিকটো অংকন কৰা ।

Ans:-


12. RHMB ৰম্বাথটো অংকম কৰা যাতে HM = 5 ছেমি. আৰু <M = 700

Ans:-


13. ABCD আয়তো অংকন কৰা যাতে BC = 4 ছেমি. আৰু কৰ্ণ AC = 6 ছেমি.।

Ans:-


14. এটা ৰম্বাছৰ অংকন কৰা যাৰ বাহুৰ দীঘ 5.2 ছেমি. আৰু এডাল কৰ্ণৰ দীঘ 7.3 ছেমি.।

Ans:-



Type- Rajashree Bora