গোট-১

ছাত্ৰ-জীৱন আৰু সমাজ সেৱা 


 A. অতি চমু প্রশ্নাবলী :

মূল্যাংক : ১ নম্বৰকৈ ১। Growth of the Asamiya Language' গ্ৰন্থৰ ৰচক কোন ? [HSLC '16]
২। ডেম-ডেউকা কি? [HSLC '17]
৩। “অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি' গ্ৰন্থৰ ৰচক কোন? [HSLC'18]
৪। ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে? [HSLC 19]
৫। অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিক | গৰাকীৰ নাম লিখা । [HSLC 20]
B. চমু প্রশ্নাবলী : মূল্যাংক : ২/৩ নম্বৰকৈ |
১। লেখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? [HSLC 20]
২। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।' কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা। [HSLC'18]
৩। “উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।” লেখক ডিম্বেশ্বৰ নেওগদেৱে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত উল্লেখ কৰিছে? [HSLC'19]

৪। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰপৰা কিদৰে লাভ কৰিব পাৰে? [HSLC'16]
C. ৰচনাধর্মী প্রশ্নাবলী : মূল্যাংক : ৪/৫ নম্বৰকৈ
১। আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে- 'ছাত্ৰ জীৱন আৰু সমাজসেৱা' পাঠটোৰ আধাৰত বুজাই লিখা । [HSLC 20]
২। লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা । [HSLC 17]
৩।“পঢ়াই, পঢ়ে ৰোৱে পাণ । এই তিনিয়ে নিচিন্তে আন।” – তাৎপৰ্য বিচাৰ কৰা । [ HSLC'19]
৪। ‘গাঁও একাধাৰে নগৰৰ জনক-জননী'— লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে, বুজাই লিখা। [HSLC'16]


Type by- Bikul Mandal