গোট-৩

অৰুনিমা সিনহা 

A. অতি চমু প্ৰশ্নাৱলী ঃ

মূল্য়াংকঃ ১ নম্বৰকৈ 

১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? [HSLC'20]


 B.  চমু প্ৰশ্নাৱলী -

মূল্য়াংকঃ ২/৩ নম্বৰকৈ 


১। একোগৰাকী ব্য়ক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। - কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা । [HSLC'20] 


২। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য় হৈছিল ? [HSLC'20]


Type by- Bikul Mandal