গোট-৪
জিকিৰ
অতি চমু প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ১ নম্বৰকৈ
১। 'মোমিন'ৰ অৰ্থ কি ? [HSLC'16]
২। জিকিৰৰ ৰচক কোন ? [HSLC'18]
৩। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি ? [HSLC'19]
৪। আজান ফকীৰৰ আচল নাম কি আছিল ? [HSLC' 20]
B. চমু প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। চমুটোকা লিখা ঃ
১। আজান ফকীৰ [HSLC'16]
২। জিকিৰৰ বিষয়ে এটি টোকা লিখা । [HSLC'18]
৩। "আচমানৰ কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত ।।"
___ অন্তনিৰ্হিত অৰ্থটি বুজাই লিখা । [HSLC'19]
৪। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি । যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি ।। __ কবিতাফাকিৰ অন্তনিৰ্হিত ভাৱটি বিশ্লেষণ কৰা । [HSLC'20]
C. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ মূল্য়াংক ঃ৪/৫ নম্বৰকৈ
১। প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰা ঃ
(ক) পানী মৰে পিয়াহত আগ্নি মৰে জাৰত ।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আৰত । [HSLC'16]
(খ) "মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট" । [HSLC'17]
(গ) খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ ।
মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ । [HSLC'18]
(ঘ) সজাৰ মইনাটিৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হলে এৰিলে পিৰীতি ।। [HSLC'19]
(ঙ) দেও মাৰি পাৰ হৈ জীৱই আছে চাই ।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ।। [HSLC'20]
Type by- Bikul Mandal
0 Comments