হাঁহিৰামৰ হাঁহি
চতুৰ্থ অধ্য়ায়
(ক) প্ৰশ্নৰ উত্তৰ লিখাঃ
(১) হাঁহিৰামৰ মুখত হাঁহিটো কেনেকৈ থাকে ?
উত্তৰ :-
(২) হাঁহিৰাম বুঢ়াৰ বাৰীত কি কি আছিল ?
উত্তৰ :-
(৩) বিধাতাই প্ৰথমে বুঢ়াৰ বাৰীলৈ কি পঠিয়াই দিলে ?
উত্তৰ :-
(৪) ধুমুহাৰ ফলত আমজোপাৰ কি হ'ল ?
উত্তৰ :-
(৫) ধুমুহাই গাঁৱৰ আনবোৰ মানুহৰ কি অপকাৰ কৰিলে ?
উত্তৰ :-
(৬) আমজোপাই বাৰীখনৰ কি অনিষ্ট কৰিছিল ?
উত্তৰ :-
(৭) ঢেৰেকনিটো ক'ত পৰিলে ?
উত্তৰ :-
(খ) তলত দিয়া শব্দ লৈ কোন বিধ বস্ত কেনেকৈ খোৱা, তলৰ খালী ঠাইত লিখাঃ
আম, কেৰেলা, বেঙেনা, কঁঠাল, বিলাহী, সুমথিৰা, তিঁয়হ, লাও, কোমোৰা, আলু, জিকা, ছিৰাল
|
|
|
|