চিলা

পঞ্চম অধ্য়ায়

(ক) প্রশ্নঃ (১)কাগজৰ চিলাত কি কি লগাই চৰাইৰ দৰে আকাশত উৰুওৱা হয় ?

উত্তৰ :- (২) চিলা কেনেকুৱা চৰাই ?

উত্তৰ :- (৩) চিলাৰ মাইকীজনীক কি বোলে ?

উত্তৰ :- (৪) চিকাৰী পক্ষীবোৰৰ ঠোঁটবোৰ কেনেকুৱা ?

উত্তৰ :- (৫) চিলাই চিকাৰ কেনেকৈ ধৰে ?

উত্তৰ :- (৬) ফেঁচাই কেতিয়া চিকাৰ ধৰি খায় ?

উত্তৰ :- (৭) চিলনীয়ে কেনেকুৱা ঠাইত কণী পাৰে ?

উত্তৰ :- (৮) শগুণে মঙহ খায় যদিও চিকাৰী পক্ষীনে ?

উত্তৰ :-

(খ) কোনবোৰ চৰায়ে মাংস খায় তলৰ খালী ঠাইত লিখা : কাউৰী, বগলী, চিলনী, কপৌ, শগুণ, ভাটৌ, পাৰ, ফেঁচা, শেন, ঈগল, শালিকা ।



Type By- Pal Bora