ব্য়াকৰণ পাঠ

ষষ্ঠ অধ্য়ায়

(১) ভাষা কাক বোলে ?

উত্তৰ :- 

(২) মুখে মুখে চলি অহা ভাষাক কি বুলি কয় ?

উত্তৰ :- 

(৩) লিখি প্ৰকাশ কৰা ভাষাৰ নাম কি ?

উত্তৰ :- 

(৪) ব্য়াকৰণে আমাক কি শিকায় ? 

উত্তৰ :- 

(৫) ব্য়াকৰণৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰ :- 


Type By- Pal Bora