পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ  

৮ম অধ্য়ায়

১. আমি ক'ৰ পৰা অসংখ্য় বস্তুৰ নাভ কৰো ?

উত্তৰ :- আমি প্ৰাকৃতি পৰা অসংখ্য় বস্তুৰ নাভ কৰো।


২. আমি বায়ু ক'ৰ পকা পাওঁ ?

উত্তৰ :- আমি বায়ু প্ৰাকৃতিৰ পৰা পাওঁ।


৩. প্ৰাকৃতি সম্পদ কাক বোলে ?

উত্তৰ :- যি বোৰ বস্তু নিজে উৎপন্ন হয় আৰু আমি তাক ব্য়ৱহাৰ কৰিব পাৰো তাকে প্ৰাকৃতিক সম্পদ বোলে।


৪. প্ৰাকৃতিৰ পৰা আমাক জীৱাই থাকিবৰ বাবে কি কি পাওঁ ?

উত্তৰ :- প্ৰকৃতিৰ পৰা আমাক জীৱাই থাকিবৰ বাবে অক্সিজেন আৰু খাদ্য় পাওঁ।


৫. প্ৰাকৃতিৰ পৰা আমি কি কি পাওঁ ?

উত্তৰ :- প্ৰাকৃতিৰ পৰা আমি কাঠ, অক্সিজেন, খাদ্য়, বায়ু।


৬. প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া ?

উত্তৰ :- প্ৰাকৃতিক সম্পদৰ উদাহৰণ হ'ল মাটি, বায়ু, পানী, সূৰ্যৰ তাপ আৰু পোহৰ আদি পাওঁ।


৭. মাটিত আমি কি কৰো ? দুটা উদাহৰণ দিয়া।

উত্তৰ :- মাটিত আমি ঘৰ-দুৱাৰ, গছ-গছনি।


৮. আমি ক'ত ঘৰ-দুৱাৰ বাস কৰো ?

উত্তৰ :- আমি মাটিত ঘৰ-দুৱাৰ সাজো।


৯. মাটি কেনেকৈ উৎপন্ন হয় ?

উত্তৰ :- জীৱ-জন্তু মৰি, শিল ভাঙি আদি লগত মিহলি হৈ মাটি উৎপন্ন হয়।


১০. ঠাইবোৰত মাটি বোৰ কেনে হয় ?

উত্তৰ :- ঠাইবোৰত মাটি বোৰ বেলেগ বেলেগ হয়।


১১. শস্য়ৰ উৎপাদন কাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ :- শস্য়ৰ উৎপাদন গুণৰ ওপৰত নিৰ্ভৰ কৰে।


১২. গছৰ পুলি ক'ৰ পৰা পাওঁ ?

উত্তৰ :- গছৰ পুলি বীজৰ পৰা পাওঁ।


১৩. জীৱ জগতলৈ প্ৰকৃতিৰ এক অনবদ্য় দান কি ?

উত্তৰ :- জীৱ জগতলৈ প্ৰকৃতিৰ এক অনবদ্য় দান পানী।


১৪. পৃথিৱীৰ প্ৰায় কিমান ভাগ পানী আছে ?

উত্তৰ :- পৃথিৱীৰ প্ৰায় ৭০ ভাগ পানী আছে।


১৫. পৃথিৱীৰ প্ৰায় কিমান ভাগ মাটি আছে ?

উত্তৰ :- পৃথিৱীৰ প্ৰায় ৩০ ভাগ মাটি আছে।


১৬. সকলো জীৱকে কি প্ৰয়োজন হয় ?

উত্তৰ :- সকলো জীৱকে পানী প্ৰয়োজন হয়।


১৭. জীৱৰ একোটা কোষৰ অধিকাংশই হ'ল ?

উত্তৰ :- জীৱৰ একোটা কোষৰ অধিকাংশই হ'ল পানী।


১৮. পানীৰ সহায়ত আমি কি উৎপন্ন কৰো ?

উত্তৰ :- পানীৰ সহায়ত আমি বিদ্য়ুৎ উৎপন্ন হয়।


১৯. পানীত আমি কিহৰ সহায়ত ভ্ৰমণ কৰিব পাৰো ?

উত্তৰ :- পানীত আমি নাও সহায়ত ভ্ৰমণ কৰিব পাৰো।


২০. খেতি কৰিবৰ বাৰে কি প্ৰয়োজন হয় ?

উত্তৰ :- খেতি কৰিবৰ বাবে পানী প্ৰয়োজন হয়।




Type By- Pal Bora