সজ আচৰণ

অধ্য়ায় ১

(ক) তলৰ প্ৰশ্নৰ উত্তৰ লিকা :

1.    সজ আচৰণ বুলিলে কি বুজা ?

উত্তৰ :-  নিজতকৈ জেষ্ঠজনক সন্মান কৰা, সৰুক মৰম কৰা। নিমাত জন্তুবোৰক মৰম কৰা অচিনাকী মানুহৰ লগত ভদ্ৰ ভাৱে ব্যৱহাৰ কৰা আদি গুণবোৰক সজ আচৰণ বুলে।

2. তোমাক কোনোবাই উপকাৰ কৰিলে তাৰ বিনিময়ত তুমি কি কৰিবা ?

উত্তৰ :-  আমাক কোনোবাই উপকাৰ কৰিলে তাৰ বিনিময়ত আমি তেওঁকো উপকাৰ কৰিম।

3.  আনৰ প্ৰতি হিংসা ভাব থাকিলে কি হয় ?

উত্তৰ :-  আনৰ প্ৰতি হিংসা ভাব থাকিলে  কেতিয়াও শান্তি পাব নোৱাৰে। 

4ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত ?

উত্তৰ :- ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ প্ৰতি মানুহৰ নিচিনা মৰম কৰা উচিত।

5.  তুমি কাৰোবাক ঠগিছোঁ বুলি জানিলে লিখকে কি কৰিবলৈ কৈছে ?

উত্তৰ :- আমি কাৰোবাক ঠগিছোঁ বুলি জানিলে লিখকে নিৰাকৰণ কৰিবলৈ কৈছে ।

6.  কেনেকুৱা লোকক লিখকে আয় বা বয়সৰ কথা সুধিবলৈ বাৰণ কৰিছে ?

উত্তৰ :-  বিশেষ ঘনিষ্ঠ সম্পৰ্ক নাথাকা লোকক লিখকে আয় বা বয়সৰ কথা সুধিবলৈ বাৰণ কৰিছে।


(খ) কাষত দিয়া খাপ খোৱা শব্দটো তলৰ খালী ঠাইত লিখা :

1. যি আনৰ ভাল দেখিব নোৱাৰে 

 উত্তৰ :-  পৰশ্ৰীকাতৰ।

2. যাৰ বংশৰ কথা জনা নাযায় 

উত্তৰ :- অজ্ঞাতকুলশীল।

3.  সঁচা কথা কোৱা মানুহ 

উত্তৰ :- সত্যবাদী ।

4.  খিয়াল নথকা স্বভাৱ

উত্তৰ :-  অহিংসা।

5. যাক একোৰে সন্তুষ্ট কৰিব নোৱাৰি

উত্তৰ :-অসন্তোষীয়া।

6.  যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে 

উত্তৰ :- কৃতজ্ঞ।

7.  যি উপকাৰক স্বীকাৰ নকৰে 

উত্তৰ :- অকৃজ্ঞ। 


(গ) অৰ্থ স্পষ্ট কৰি বাক্য সাজা :

আয়=  

আই- মোৰ আই নাম ৰমলা ।

উত্তৰ- এই উত্তৰটো তুমি জানানে?

উত্তৰ- ভাৰতৰ উত্তৰ ফালে চীন দেশ আছে।

কথা- ডাঙৰক সদায় বেয়া কথা নকবা।

কঁথা- 

আচৰণ- ডাঙৰক সদায় ভাল আচৰণ কৰিব লাগে। 

আচৰণ- 


Type By- Jyotishman Borkakati