ভগ্নাংশ আৰু দশমিক সংখ্য়ায়

২য় অধ্য়ায়

অনুশীলনী 2(D) 

1. মান নিৰ্ণয় কৰাঁ ঃ
























































2. হৰণ কৰাঁঃ







 












 


























3. হৰণফল উলিওৱাঁ ঃ 









































4. হৰণফল উলিওৱাঁ ঃ 


































5. হৰণ কৰাঁ আৰু হৰণফল দশমিকত প্ৰকাশ কৰাঁঃ




















6. এটা সমবাহু ত্ৰিভূজৰ পৰিসীমা 13.8 ছেমি. হ'লে ত্ৰিভূজটোৰ এটা  বাহুৰ মাপ উলিওৱাঁ ।







7. দুটা সংখ্যা পূৰণফল 60.45 । ইয়াৰে এটা 6.5 হ'লে আনটো নিৰ্ণয় কৰাঁ ।









8. 154.6 কিগ্ৰা. আপেল 12 জন ল'ৰাৰ মাজত ভগাই দিলে দািপতি কিমানকৈ লাভ কৰিব ?










9. 34 চকা 8 জন ছাত্ৰৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কিমান টকা লাভ কৰিব ? 







10. এটা আয়তৰ কালি 24.32 বৰ্গছেমি. । আয়তটোৰ দীঘ 0.4 ছেমি. । ইয়াৰ প্ৰস্থ উলিওৱাঁ ?











Author By- Twinkle Mahanta