অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটিমান পৰ্যায়

Chapter 3


 ১) প্ৰাচিন কালত বাত পথবোৰ কোনে আৰু কিয় নিৰ্মাণ কৰিছিল?

উত্তৰঃ প্ৰাচিন কালত বাত পথবোৰ মানুহে নিৰ্মাণ কৰিছিল আৰু অহা যোৱাৰ বাবে নিৰ্মাণ কৰিছিল।


২)ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মাজেৰে দি কোনটো জনগোষ্টিৰ লোক অসমত প্ৰৱেশ কৰে ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মাজেৰে দি ককেছিয় জনগোষ্টিৰ লোক অসমত প্ৰৱেশ কৰে।


৩) কোনটো দিশত গিৰিপথ আছে?

উত্তৰঃউত্তৰ দিশত গিৰিপথ আছে।


৪) অসমৰ কোনটো দিশত পাটকাই পৰ্বত আছে?

উত্তৰঃ অসমৰ উত্তৰ-পূব দিশত পাটকাই পৰ্বত আছে।


৫)মঙ্গোলিয় জনগোষ্ঠিৰ লোকসকল কিহৰ মাজেৰে আহিছিল?

উত্তৰঃমঙ্গোলিয় জনগোষ্ঠিৰ লোকসকল পৰ্বতৰ মাজেৰেদি আহিছিল।


৬) বংগৰ শাসক মহম্মদে বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমন কৰিছিল?

উত্তৰঃ  বংগৰ শাসক মহম্মদে বিন বখতিয়াৰে ১২০৫-৬ খ্ৰি.ত কামৰূপ আক্ৰমন কৰিছিল।


৭) ১২০৫-৬খ্ৰি.তৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

উত্তৰঃ ১২০৫-৬খ্ৰি.তৰ সময়ত কামৰূপৰ ৰজা পৃথু আছিল।


৮)শ্ৰীমন্তৰ শংকৰ দেৱৰ আবি্ৰ ভাৱ কেতিয়া হয়? 

উত্তৰঃশ্ৰীমন্তৰ শংকৰ দেৱৰ আবি্ৰ ভাৱ আহোম ৰাজবংশৰ শাসনকালৰ মাজভাগৰ পঞ্চদশ শতিকাৰ মাজভাগত হয়।


৯) শংকৰ দেৱৰ জন্ম কত হৈছিল?

উত্তৰঃ শংকৰ দেৱৰ জন্ম নগাও জিলাৰ বৰ্টদোৱা নামৰ থাইত।

১0) ১৮২৬ চনৰ সন্ধিক কি সন্ধি বোলা হয়?

উত্তৰঃ ১৮২৬ চনৰ সন্ধিক ইয়ান্দাবু  সন্ধি বোলা হয়।.


১১) অসমৰ প্ৰধান নদী কেইখন?

উত্তৰঃ অসমৰ প্ৰধান নদী ২ খন।


১২) আহোমৰ এজন ৰজাৰ নাম?

উত্তৰঃ  আহোমৰ এজন ৰজাৰ নাম হল প্ৰতাপ সিংহ।


১৩) সংস্কৃতিৰ মূল চৰিত কি?

উত্তৰঃ সংস্কৃতিৰ মূল চৰিত হল গতিশীলতা।


১৪) অসমত কোনে একেলগে ছশ বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ অসমত আহোমে  একেলগে ছশ বছৰ ৰাজত্ব কৰিছিল।


১৫) শংকৰ দেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ শংকৰ দেৱৰ জন্ম ১৪৪৯ চনত হৈছিল।