অৰ্থনৈতিক উন্নয়ন 

অধ্য়ায়- 2

 A. চমু প্রশ্নাবলী : মূল্যাংক - 2/3/4

1. অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পার্থক্য লিখা । [HSLC '17,'19]

2. নিটি আয়োগ কেতিয়া গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ কোন ? [HSLC '17]

3. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা । [HSLC '17,'19] 4. অসম দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য উল্লেখ কৰা । [HSLC '17] 5. নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন ? [HSLC '18]

6. অর্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ ‘প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা । [HSLC '18] 7. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১ লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ৰ পৰা বৰ্তমানলৈকে) মাজত মূল পার্থক্য উল্লেখ কৰা । [HSLC '18] 8. মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা । [HSLC '18] 9. মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা । [HSLC '18] 10. কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰে ?মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয় ? [HSLC 20] 11. নিটি আয়োগ কি? ই কেতিয়া গঠিত হৈছিল ? ইয়াৰ অধ্যক্ষ কোন ? [HSLC '20]


Type by- Bikul Mandal