ভাৰত আৰু পূৰ্বাঞ্চলৰ সাংস্কতিক ঐতিহ্য়
অধ্য়ায়- 5
 A. অতি চমু প্ৰশ্নাৱলী : মূল্যাংক : 1 1.শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ'ল- [HSLC '12] (a) নগা
(b) কাৰ্বি
(c) খাচীয়া
(d) আদি

(ii) “নামঘোষা” ৰ ৰচক আছিল— [HSLC '13] (a) মাধৱদেৱ (b) দামোদৰদেৱ (c) শঙ্কৰদেৱ (d) ভট্টদেৱ (iii) ‘গীত গোবিন্দ’ অসমীয়ালৈ অনুবাদ কৰিছিল— [HSLC '16] (a) ৰাম নাৰায়ণ চক্ৰৱৰ্তী (b) বলদেৱ সূৰ্যখী (c) সুকুমাৰ বৰকাইথ
(d) পীতাম্বৰ কবি। (iv) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-1.সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সমূহৰ এবিধ অৱদান-দিয়া ।[HSLC 18]
(a) অষ্ট্ৰিকসকলৰ (b) নিগ্ৰোসকলৰ
(c) দ্ৰাবিৰসকলৰ
(d) মংগোলীয়সকলৰ
(v) তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ ? [HSLC 19] (i) কথাকলি (ii) কুচিপুড়ী (iii) ভাৰতনাট্যম (iv) অ'ডিছি (vi) তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধর্মালম্বী ? [HSLC 20] (i) খাছী
(ii) খামতি
(iii) আদি
(iv) কাৰ্বি

2. ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল ? [HSLC [10] 3. বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি? [HSLC 14] 4. আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? [HSLC 15 ] B. চমু প্রশ্নাবলী : মূল্যাংক : 2/3 1. লোকসংস্কৃতি কি? অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ ? [HSLC '11] 2. মধ্যযুগৰ অসমীয়া সাহিত্য সম্পর্কে এটি চমু টোকা লিখা [HSLC 11] 3. অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পর্কে চমুবৈ আলোচনা কৰা। [HSLC 13] 4. অসমত কিদৰে মুছলমান লোকসকলৰ বসবাসৰ সূচন হৈছিল? [HSLC 14] 5. অসমৰ যি কোনো তিনিটা প্রধান জনজাতীয়ে 'বিশ্ব উৎসৱক কি কি বোলে লিখা। [HSLC 15] 6. আহোম সকলৰ দিনত অসমীয়া সাহিত্যৰ উন্নয়নৰ এটি খতিয়ান দিয়া। [HSLC '16] 7. অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা। [HSLC '16] 8. অষ্ট্ৰিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা । [HSLC '17 9. প্রাচীন ভাৰতৰ দুজন দার্শনিকৰ নাম লিখা। [HSLC'17] 10. ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি? উদাহৰ দিয়া। [HSLC 17] 11. ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন 'সাঁচিপতীয়া' পুথিৰ না লিখা। [HSLC '18] 12. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দু স্থাপত্যৰ নাম লিখা । [HSLC '18] 13. ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ৷ [HSLC '18] 14. ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি [HSLC '18] 15. প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাত ভগোৱা হৈছে? [HSLC '18]
16. ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া ।[HSLC'19]

17. দৰং জিলাৰ দুটা লোক-নৃত্য উল্লেখ কৰা । [HSLC 20] C. ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6 1. অসমৰ লোক-সংস্কৃতিলৈ বিহুৰ অৱদান সম্পর্কে মতামত দিয়া । [HSLC '12] 2. উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিবর্তন কিয় অধিকতৰ হৈছে? চমুটোকা লিখা । [HSLC '17] 3. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা । [HSLC '19] 4. অসমত উদ্যাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা । [HSLC 20]

Type by- Bikul Mandal