আন্তৰ্জাতিকা সংস্থা - ৰাষ্ট্ৰসংঘ আৰু অন্য়ান্য়

অধ্য়ায়- 2

A. অতি চমু প্রশ্নাৱলী :- মূল্যাংক :- 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) ইউনেস্ক'ৰ মুখ্য কাৰ্যালয় অৱস্থিত[HSLC' 09] (a) জেনেভাত

(b) ৰোমত (c) নিউ ইয়র্কত (d) পেৰিছত (ii) নিৰাপত্তা পৰিষদ হল – [HSLC '11] (a) আন্তর্জাতিক মুদ্রা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ (b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ (c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ (d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ। (iii) ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল— [HSLC '13] (a) 1945 (b) 1946 (c) 1919 (d) 1993

(iv) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ? [HSLC '14,'17] (a) 24 অক্টোবৰ (b) 27 ছেপ্টেম্বৰ (c) 5 জুন (d) 10 ডিচেম্বৰ

(v) আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ'ল— [HSLC '16,'17]

(a) ৯ জন (b) ১১ জন (c) ১৫ জন (d) ৫ জন 2. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি?[HSLC '12] 3. বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত “ৰাষ্ট্ৰসংঘ দিৱস” হিচাপে পালন কৰা হয় ? [HSLC '13]


B. চমু প্রশ্নাৱলীঃ মূল্যাংক : 2/3

1. ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা। [HSLC' 06] 2. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যি কোনো তিনিটা ক্ষমতালিখাঁ । [HSLC '10] 3. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা লিখা । [HSLC '11]


4. ৰাষ্ট্ৰসংঘৰ ছয়টা বিশেষ অভিকৰণ কি কি? [HSLC'11]


5. বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্ৰধান আইনগত ব্যৱস্থা উল্লেখ কৰা । [HSLC '12,'17] 6.'ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ । ঘোষণাপত্ৰ গ্ৰহণ কৰে। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ | প্রধান উদ্দেশ্য কি? [HSLC'17]


7. তলত উল্লেখ কৰা আন্তৰ্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য কাৰ্যালয়ৰ নাম লিখাঃ [HSLC '18] (ক) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (খ) আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ 8. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা । [HSLC '18] 9. ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন কোন আছিল? [HSLC'19] 10. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া । [HSLC'19] 11. ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ মূল লক্ষ্যটো কি? [HSLC 20] 12. ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা। [HSLC 20] C. ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6 1. ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য আৰু নীতিসমূহ উল্লেখ কৰা। [HSLC 08] 2. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যাৱলী ব্যাখ্যা কৰা। [HSLC '08] 3. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্রধান ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। [HSLC '12] 4. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্ৰধান কাৰ্য উল্লেখ কৰা । [HSLC 15] 5. ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্য্যৰ বিষয়ে লিখা । [HSLC '16]


Type by- Bikul Mandal