বংগ বিভাজন(১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন 

অধ্য়য়- 1 

A. অচি চমু প্ৰশ্নাৱলীঃ                   মূল্য়াংকঃ 1

1. শুদ্ধ উত্তচৰটো বাছি উলিওৱা ঃ    [HSLC' 10]

(i) ৰামকৃষ্ণ মুিছনৰ প্ৰতিষ্ঠাতা আছিল- 

(a) স্বামী দয়ানন্দ সৰস্বতী 

(b) স্বামী বিৱেকানন্দ 

(c) ৰাজা ৰামমোহন ৰায় 

(d)  ইশ্বৰ চন্দ্ৰ বিদ্য়াসাগৰ 


(ii) কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল ? [HSLC '14]

(a) লর্ড কার্জন

(d) লর্ড মাউন্টবেটেন

(c) লর্ড ডেলহাউচী

(b) লর্ড উইলিয়াম বেন্টিংক (iii) ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসক জন কোন আছিল? [HSLC 15, 17] (a) লর্ড কার্জন (b) লর্ড মিন্টো (c) লর্ড ৰিপণ (d) লর্ড কর্ণওৱালিছ (iv) বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল— [HSLC '16] (a) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে (b) ১৯১১ চনৰ ২ ডিচেম্বৰ তাৰিখে (c) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে (d) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে (v) কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল ? [HSLC '17] (a) লর্ড মাউন্টবেটেন (b) লর্ড উইলিয়াম বেন্টিংক

(c) লর্ড ডেলহাউচী

(d) লর্ড কার্জন 2. কোনখন আইনৰ দ্বাৰা বঙ্গদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল?[HSLC '10]


3.বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল ? [HSLC'11, '14] 4. ‘লাল-বাল-পাল’ কোন কোন আছিল? [HSLC '12] লর্ড মিন্টো কোন আছিল? [HSLC '13] B. চমু প্রশ্নাৱলী : মূল্যাংক - 2/3 1. আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰোধ জনাইছিল ? [HSLC '14]

2. বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্য্যসূচী সমূহ কি আছিল ? [HSLC '16,'17]


3. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে | কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? | [HSLC '17] | 4. বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ | প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা | ভৌগলিক সংমণ্ডল উল্লেখ কৰা। [HSLC'17]


5. স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা । [HSLC '18]


6. স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা । [HSLC '18] 7. লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল। [HSLC '18]


8. স্বদেশী আন্দোলন দুর্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? [HSLC '19]

9. স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল ? প্রতিবিধ কার্যসূচী চমুকৈ উল্লেখ কৰা । [HSLC '19] 10. স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা ৷ [HSLC '19] 11. ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল ? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল ? [HSLC 20] 12. ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা । [HSLC 20] 13. ‘বংগ বিভাজন’ কি আছিল ? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা । [HSLC 20]


C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5

1. বিট্ৰিছৰ শাসন কালত হোৱা বঙ্গ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা। [HSLC '11]


2. ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলীম লীগৰ উত্থান সম্পর্কে চমুকৈ লিখা। [HSLC '12]


3. “বঙ্গ বিভাজন” বুলিলে কি বুজায়? অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল ? [HSLC '13]

Type by- Bikul Mandal